• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আপুনি তাহানিৰ সৰ্বাদা হৈ আমাৰ কথাখিনি বুজিবলৈ চেষ্টা কৰকচোন’ : জীতেন দত্তৰ মুখ্য মন্ত্ৰীলৈ মুকলি চিঠি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 6:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু আশা-প্ৰত্যাশাৰ অন্তত ৩১ আগষ্টত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। কিন্তু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনকে ধৰি প্ৰায় সংখ্যকে ইয়াৰ বিৰোধিতা কৰিছে।

অৱশ্যে একাংশই এন আৰ চিৰ প্ৰতি সমৰ্থনো আগবঢ়াইছে। এই সময়তে আলফা নেতা জীতেন দত্তয়ো এন আৰ চি খনক জাতীয় অভিশাপ বুলি উল্লেখ কৰি খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত ছচিয়েল মিডিয়াৰ জৰিয়তে মাত মাতি আহিছে।

Apply Now

কিছুদিনৰ পূৰ্বে আলফা নেতা জীতেন দত্তই ‘জাতি বচাবলৈ হ’লে এতিয়া প্ৰতিজন খিলঞ্জীয়া অসমীয়া টোপনিৰ পৰা জাগক।’ বুলি উল্লেখ কৰাৰ পিছতে পুনৰ আলফা নেতা গৰাকীয়ে ফেচবুকৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন মুকলি চিঠি লিখিছে।

লগতে পঢ়ক http://এন আৰ চি জাতীয় অভিশাপ; জাতিক বচাবলৈ আলফা নেতা জীতেন দত্তৰ ৮ টা পৰামৰ্শ

চিঠিখনত আলফা নেতা গৰাকীয়ে লিখিছে, ‘অসমীয়া জাতিটোৱে আজি যথেষ্ট শংকাত জীয়াই থাকিব লগা হৈছে। ছবছৰীয়া অসম আন্দোলন হ’ল (য’ত নিজেও অংশ গ্ৰহণ কৰিছিলো)। ৮৫৫ জন শ্বহীদ হ’ল, অসম চুক্তি হ’ল, জাতীয় দল হিচাপে অগপ আহিল আৰু গ’ল, ৪০ বছৰ অপেক্ষা, ১৪০০ কোটি টকা খৰচ কৰি ৩১ আগষ্টত এন আৰ চি পালো। কিন্তু ই কি? স্বদেশীৰ নাম কৰ্তন আৰু বিদেশীৰ নাম অন্তৰ্ভুক্তিৰে জাতিলে লাভ কৰিলে জাতীয় অভিশাপ স্বৰূপ এখন বিদেশীক সুৰক্ষা দিয়া দলিল।’

তাৰোপৰি মুখ্য মন্ত্ৰীক উদ্দেশ্যি আলফা নেতা জীতেন দত্তই চিঠিখনত লিখিছে, ‘ এতিয়া অসমৰ জনগনে কি কৰিব কওক। কিমান আন্দোলন কৰিব আৰু। আপুনি আৰু হিমন্ত বিশ্ব শৰ্মা দেবে ইচ্ছা কৰিলে এতিয়াও জাতিটোক সুৰক্ষিত কৰিব পাৰে। অসম চৰকাৰখনত এসময়ৰ জাতীয় নেতা সকলেই দপদপাই আছে। তাৰ পিছতো অসমীয়া মানুহখিনিয়ে কিয় সুৰক্ষিত কৰা অনুভৱ কৰা নাই?’

মুখ্য মন্ত্ৰীৰ প্ৰতি আহ্বান জনায় জীতেল দত্তই লিখিছে, ‘ আপুনি তাহানিৰ সৰ্বাদা হৈ আমাৰ কথাখিনি বুজিবলৈ চেষ্টা কৰকচোন। আপুনি পাৰিব জাতিটোক সুৰক্ষিত কৰিবলৈ। আপোনালোকে কেন্দ্ৰত হেঁচা প্ৰয়োগ কৰি হ’লেও সাংবিধানিক সুৰক্ষা কবচ আমাক প্ৰদান কৰক। অসমীয়া জাতিৰ ভৱিষ্যৎ এতিয়া বহু পৰিমাণে আপোনালোকৰ ওপৰত নিৰ্ভশীল।

চিঠিখনৰ শেষত আলফা নেতা জীতেন দত্তই লিখিছে ‘ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। ইয়ে এতিয়া একমাত্ৰ ভৰসা। এই কাৰ্যৰ যোগেদি আপোনালোকো হৈ পৰক অসমীয়া জাতি সুৰক্ষাৰ মূল হোতা।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd