DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইনৰ বিৰোধিতা : আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2019 4:43 pm
IMG-20181102-WA0012-1140x570

আলফা নেতা জিতেন দত্ত। ফাইল ফটো

5k
VIEWS
Share on FacebookShare on Twitter

গোটেই ৰাজ্য নাগৰিকত্ব আইনৰ বিৰোধিতাৰে মুখৰ হৈ পৰাৰ সময়তে চৰকাৰে সম্ভাৱ্য বৃহৎ প্ৰতিবাদী আন্দোলনটোক প্ৰতিহত কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

কৃষক মুক্তিৰ নেতা অখিল গগৈক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আলফা নেতা গৰাকীক আৰক্ষীয়ে ডিগবৈৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰু আৰক্ষীয়ে বৰ্তমান আলফা নেতা জীতেন দত্তক তিনিচুকীয়ালৈ নি আছে বুলি জানিব পৰা গৈছে।

আলফা নেতা গৰাকীক প্ৰথমৱস্থাত গৃহবন্দী কৰি ৰাখিছিল। লগতে আলফা নেতাগৰাকীৰ ডিগবৈৰ বৰবিলৰ বাসগৃহৰ আশে-পাশে ব্যাপক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছিল।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত উত্থাপন কৰাৰ পূৰ্বৰে পৰা আলফা নেতা জিতেন দত্তই বিধেয়কখনৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰিছিল।

অসম আৰু অসমীয়াৰ স্বাৰ্থত পুনৰ জংগী আন্দোলনৰো হুংকাৰ দিছিল দত্তই। তদুপৰি, নেতাগৰাকীৰ আহ্বানত বৃহৎ সংখ্যক যুৱক বিধেয়ক বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd