• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা(স্বাঃ) কেন্দ্ৰীয় সমিতিৰ পুনৰ গঠন : কি কাৰণে ভংগ কৰা হ’ল পুৰণি সমিতি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2025 10:49 am
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) – এ সংগঠনটোৰ কেন্দ্ৰীয় সমিতি পুনৰ গঠন কৰিছে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৱে জনোৱা মতে, সাম্প্ৰতিক প্ৰেক্ষাপট আৰু সকলো দিশ পৰ্যালোচনা কৰি তেওঁলোকৰ উচ্চতম, উচ্চ আৰু নিম্ন পৰিষদ কেউখন ভংগ কৰি এক নতুন সমিতি গঠন কৰিছে।

এই নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বত আছে জেনেৰেল পৰেশ অসম আৰু উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে মেজৰ জেনেৰেল মাইকেল অসমক।

Apply Now

আনহাতে মৈত্রী অসমক সাধাৰণ সম্পাদক, পৰমা অসমক সাংস্কৃতিক সম্পাদক আৰু মিল্টন অসমক সাংগঠনিক সম্পাদকৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে।

এই নতুন তালিকাত বিত্ত বিভাগৰ দায়িত্বত কেইবাজনো সদস্যক নিযুক্তি দিয়া হৈছে, যাৰ ভিতৰত ব্ৰিগেডিয়াৰ মানিক অসম, মেজৰ অভিমন্যু অসম, মেজৰ নিৰ্ণয় অসম আৰু লেফটেনেণ্ট চয়ন অসম অন্যতম।

মহিলা কল্যাণৰ দায়িত্বত কৰ্ণেল মিনতি অসমৰ লগতে শিখা অসমক সহকাৰী সম্পাদিকা হিচাপে নিৰ্বাচিত কৰা হৈছে।

ইয়াৰ উপৰিও লেফটেনেণ্ট কৰ্ণেল চিদাক কৃষি আৰু আশ্ৰয়স্থল উন্নয়ন সম্পাদক, কৰ্ণেল প্ৰবুদ্ধক জনস্বাস্থ্য আৰু সহকাৰী বৈদেশিক সম্পাদক তথা মেজৰ নিৰ্ণয় অসমক প্ৰচাৰ সম্পাদকৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

সংগঠনটোৰ এই পৰিৱৰ্তনে ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd