• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৱল বিশেষ অঞ্চলৰ প্ৰাৰ্থীকহে নিযুক্তিৰ সুবিধা কিয়? OIL ক সকিয়ালে আলফা(স্বাধীন)এ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2021 8:49 pm
Paresh-baruah-750x375
322
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ OIL -এ ১২০টা জুনিয়ৰ এছিষ্টেণ্টত পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

কিন্তু লক্ষ্যণীয় কথাটো হ’ল উক্ত পদত OIL -এ কেৱল কেইখন মান নিৰ্দিষ্ট স্থানৰ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব বুলি কৈছে।

এই কথাকলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আব্যাহত আছে।OIL ৰ উক্ত পদৰ বাবে অনলাইনত আবেদন জমা দিয়াৰ প্ৰক্ৰিয়া যোৱা ১ জুলাইৰ পৰা আৰম্ভ হৈছে।এই আবেদন প্ৰক্ৰিয়া চলিব ১৫ আগষ্ট ২০২১লৈ।

লক্ষ্যণীয় কথাটো হ’ল OIL-এ কেৱল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচলৰ চাংলাংৰ প্ৰাৰ্থীয়েহে উক্ত পদৰ বাবে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছিল।

বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে আলফা স্বাধীনেও আজি এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অইল ইণ্ডিয়াক সকীয়াই দিছে।

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ অসম স্বাক্ষৰিত এক বিবৃতিত এই বুলি কোৱা হৈছে যে OIL-এ চাকৰি প্ৰদানৰ ক্ষেত্ৰত কেৱল চাৰি খন জিলাৰ প্ৰাৰ্থীক অগ্ৰধিকাৰ দিয়াৰ পৰিৱৰ্তে আৰ্থিক দৈন্যতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃত চাকৰিৰ প্ৰয়োজন থকা প্ৰাথীক অগ্ৰাধিকাৰ দিব লাগিব।

অসমৰ উদ্যোগ-প্ৰতিষ্ঠানত প্ৰতিগৰাকী থলগিৰি জনতাৰ চাকৰি আৰু অন্যান্য সা-সুবিধা ভোগ কৰাৰ অধিকাৰ আছে বুলিও বিবৃতিটোত কোৱা হৈছে।বিবৃতিটোত OIL ক তেলীৰ মূৰত তেল দিয়াৰ নীতি পৰিহাৰ কৰিবলৈ সকিয়াই দিয়া হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd