• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিষিদ্ধ হ’লেও খেলুৱৈ সকলে অভ্যাসবশত ব’লত থু লগাব, ভাৰতীয় আম্পায়াৰ নিতিন মেনন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 1, 2020 6:48 am

1 min read

নিষিদ্ধ হ’লেও খেলুৱৈ সকলে অভ্যাসবশত ব’লত থু লগাব, ভাৰতীয় আম্পায়াৰ নিতিন মেনন

নিতিন মেনন, উৎস-ইণ্টাৰনেট

589
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আই চি চিয়ে ক্ৰিকেট বলত থু লগোৱাতো নিষিদ্ধ কৰাৰ পাছত আম্পায়াৰ নিতিন মেননে ক্ৰিকেটৰ পথাৰত বল মেনেজমেণ্ট কৰাটো আম্পায়াৰ সকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলি মন্তব্য কৰে।

আই চি চিয়ে ক্ৰিকেট বলত থু লগোৱাটো নিষিদ্ধ কৰাৰ পাছতে এই সম্পৰ্কে মত ব্যক্ত কৰি নিতিন মেননে কয় যে, খেলুৱৈ সকলে ইচ্ছাতকৈও ভুলতে অভ্যাসবশত বলত থু লগাব আৰু সেই সময় অনুপাতে আমি আম্পায়াৰ সকলে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

উল্লেখযোগ্য যে, ভাৰতীয় আম্পায়াৰ নিতিন মেনন অলপতে আই চি চিৰ আম্পায়াৰৰ এলিট পেনেললৈ নিৰ্বাচিত হৈছে।

ইয়াৰ পূৰ্বেও ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰেও বলত থু লগোৱা নিষিদ্ধ কৰা সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি টেষ্ট ক্ৰিকেটত প্ৰতি ৫০ অভাৰৰ পাছত নতুন বল দিয়াৰ নিয়ম কৰিব লাগে বুলি কৈছিল।

আনহাতে, বহু কেইগৰাকী বৰ্তমান আৰু প্ৰাক্তন ক্ৰিকেটাৰে আই চি চিৰ নতুন নিয়মে বেটছমেনক সহায় কৰিব আৰু এনে হ’লে ক্ৰিকেটৰ মাদকতা বহু পৰিমাণে হ্ৰাস পাব বুলিও উল্লেখ কৰিছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিছে।

এই শৃংখলাটো সফলভাৱে অনুষ্ঠিত হৈ গলে ভবিষ্যতে ক্ৰিকেট পুনৰ আৰম্ভ কৰা সম্বন্ধে চিন্তা চৰ্চা হ’ব বুলি আই চি চিয়ে উল্লেখ কৰিছিল।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd