• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃদ্ধি কৰা নাই চাকৰিৰ ম্যাদ : কি হ’ব হাইস্কুলৰ ৬,৫০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ ভৱিষ্যৎ?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2019 12:00 pm
Sikhya-Mantri-1140x570

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৯বছৰ ধৰি নিয়মীয়াকৰণ নোহোৱা হাইস্কুলৰ ৬,৫০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰিৰ ম্য্যাদ শেষ হোৱাৰ পাছত তেওঁলোকৰ চাকৰিকলৈ পুনৰ অনিশ্চয়তাই দেখা দিছে। ২০১০ চনতে সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পোৱা এই শিক্ষকসকলৰ ভৱিষ্যত কোনো এখন চৰকাৰেই গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে।

২০১০ চনত সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ শিক্ষা মন্ত্ৰী গৌতম বৰাই হাইস্কুলসমূহত শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষকৰ নাটনিৰ বিষয়টো লক্ষ্য ৰাখি এখন উচ্চস্তৰীয় সমিতিৰ জৰিয়তে মেধা সম্পন্ন প্ৰাৰ্থীক ঠিকাভিত্তিত নিযুক্তি প্ৰদান কৰিছিল।

Apply Now

সম্পূৰ্ণ বৈধ প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা এই শিক্ষকসকলৰ প্ৰতি পূৰ্বৰ চৰকাৰৰ লগতে বৰ্তমান চৰকাৰেও কোনো সুদৃষ্টি নিক্ষেপ কৰা নাই। তদুপৰি, ৰাজ্যৰ হাইস্কুলসমূহত নিযুক্তিপ্ৰাপ্ত এই ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ যোৱা ফেব্ৰুৱাৰি মাহতে অন্ত পৰিছে যদিও চৰকাৰৰৰ শিক্ষা বিভাগৰ উদাসীনতাৰ ফলত তেওঁলোকে তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

স্বাভাৱিকতে, ইয়াৰ মাজতে চৰকাৰে তেওঁলোকৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ লগতে দৰমহা আদায়ৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু ৰাজ্যৰ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাক ক্ৰমে দুৰ্বল কৰি অনা চৰকাৰে শিক্ষকৰ ভৱিষ্যতক লৈ যে চিন্তিত নহয় সেয়া স্পষ্ট কৰি দিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ ম্যাদ বৃদ্ধি কৰিবলগীয়া এই শিক্ষকসকলৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ বাবে তেওঁলোকে তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। তথাপি, তেওঁলোকে অনিশ্চয়তাৰ মাজেৰেই যোৱা মাৰ্চ মাহৰ পৰা শিক্ষাদান কৰি আছে।

আনহাতে, এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰখনে আনকি ন্যায়ালয়ৰ ৰায়কো গুৰুত্ব প্ৰদান কৰা নাই। টে’ট বাধ্যতামূলক বুলি চৰকাৰৰ তদানীত্বন শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰাৰ পাছত আদালতৰ দ্বাৰস্থ হোৱা শিক্ষকসকলক আদালতে টে’ট নোহোৱাকৈ নিয়মীয়াকৰণৰ ৰায় দিছিল। কিন্তু চৰাকৰৰ ফালৰ পৰা এই সন্দৰ্ভত প্ৰদৰ্শন কৰি অহা অনীহাই চাকৰিৰ বয়সৰ সীমা অতিক্ৰম কৰা শিক্ষককে ধৰি ঠিকাভিত্তিক ৬৫০০ শিক্ষকৰ ভৱিষ্যতক অন্ধকাৰৰ মাজলৈ ঠেলি দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd