• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ ডিচেম্বৰৰ পৰা বাডুংডুপ্পাৰ ‘আণ্ডাৰ দ্য শাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল’, চাওক সস্পূৰ্ণ সূচী

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
December 7, 2023 5:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৫ পৰা ১৭ ডিচেম্বৰলৈ বাডুংডুপ্পা কলাকেন্দ্ৰৰ ‘আণ্ডাৰ দ্য শাল ট্ৰি’ থিয়েটাৰ মহোৎসৱ আৰম্ভ হ’ব। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাডুংডুপ্পা কলা কেন্দ্ৰৰ শালনী বাৰীৰ অনুপম প্ৰকৃতিৰ মাজত তিনিদিনীয়াকৈ অনুষ্ঠিত আৰম্ভ হ’ব এই থিয়েটাৰ মহোৎসৱখনি।  

উল্লেখ্য, বিগত তেৰ বছৰ ধৰি বাডুংজডুপ্পা কলাকেন্দ্ৰই অনুপম প্ৰকৃতিৰ মাজৰ শাল গছৰ তলৰ মুকলি মঞ্চত এই নাট্য মহোৎসৱখনি আয়োজন কৰি আহিছে। 

Apply Now

এই নাট্য মহোৎসৱত শালনীৰ মাজৰ গাছৰ তলত বাঁহেৰে নিৰ্মাণ কৰা গেলাৰীৰ সন্মুখত খেৰৰ অস্থায়ী বেৰা দি তৈয়াৰ কৰা মাটিৰ মঞ্চত কোনো কৃত্ৰিম পোহৰ, শব্দ, মাইক্ৰফ’ন আদিৰ অবিহনে অভিনেতাসকলে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নাট পৰিৱেশন কৰে।

কোভিড কালক বাদ দি প্ৰতি বছৰে নাট্য মহোৎসৱটিলৈ দেশ বিদেশৰ নাট্য দলে নাট পৰিৱেশনৰ বাবে আহে। অৱশ্যে এইবাৰ আৰ্থিক নাটনিৰ বাবে বিদেশৰ নাট্য দলে অংশগ্ৰহণ নকৰে বুলি আয়োজকে জানিবলৈ দিছে।

অৱশ্যে আৰ্থিক নাটনিৰ মাজতো বাডুংডুপ্পা কলাকেন্দ্ৰই এইবাৰ অসমকে ধৰি পশ্চিমবংগ, ছত্তীশগড় আৰু ত্ৰিপুৰাৰ পাঁচখন নাটক মঞ্চস্থ কৰিব বুলি প্ৰকাশ কৰিছে।   

“আৰ্থিক অভাৱত ‘অণ্ডাৰ দ্য ছাল ট্ৰি‘ নাট্য মহোৎসৱৰ চতুৰ্দশ সংস্কৰণ পূৰ্বতকৈ সৰু পৰিসৰত মঞ্চস্থ কৰা হ’ব, য’ত অসম, পশ্চিমবংগ, ত্ৰিপুৰা, আৰু ছত্তীশগড়ৰ পাঁচটা নাট্য দলৰ পাঁচখন নাটক প্ৰদৰ্শন কৰা হ’ব।’-এজন এইদৰে আয়োজকে কয়।

১৫ ডিচেম্বৰত পুৱা ৯.৩০ বজাত উদ্বোধনী অনুষ্ঠানৰ পিছতে পুৱা ১০ বজাত গোৱালপাৰাৰ ৰাভা ভাষাৰ ‘মদাইয়া মুছি’ নাটেৰে এইবাৰ মহোৎসৱখনি আৰম্ভ হ’ব। ইয়াৰ পাছতে বিয়লি ২.৩০ বজাত মঞ্চস্থ কৰা হ’ব ত্ৰিপুৰাৰ বাংলা ভাষাৰ নাটক ‘সৃজন হ’বে কাবে’ নাটখনি। আৰু সন্ধিয়া ৬ বজাৰ পৰা দিনটোৰ নাট্যানুষ্ঠানৰ পৰ্যালোচনামূলক অনুষ্ঠান আৰম্ভ হ’ব, য’ত নাট্য শিল্পী, পৰিচালকৰ লগতে দৰ্শসকলেও অংশগ্ৰহণ কৰিব।

 

আণ্ডাৰ দ্য শাল ট্ৰি ২০২৩ (থিয়েটাৰ ফেষ্টিভেল)ৰ সম্পূৰ্ণ সূচী

১৬ ডিচেম্বৰৰ পুৱা ১০ বজাত মঞ্চস্থ কৰা হ’ব পশ্চিমবংগৰ বাংলা ভাষাৰ ‘পালা কুন্তলা’ নামৰ নাটখনি। বিয়লি ২.৩০ বজাত পৰিৱেশন কৰা হ’ব অসমীয়া ভাষাৰ ‘ৰত্নাকৰ’ নাটখন। সন্ধিয়া ৬ বজাৰ পৰা দিনটোৰ নাট্যানুষ্ঠানৰ পৰ্যালোচনামূলক অনুষ্ঠান আৰম্ভ হ’ব।

১৭ ডিচেম্বৰত ছত্তীগড়ৰ পৰা অহা নয়া থিয়েটাৰে ছত্তীগড়ী আৰু হিন্দী ভাষাত হাবিব তনবীৰৰ বিখ্যাত নাটক ‘চৰণদাস চোৰ’ পৰিৱেশন কৰিব। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব সামৰণী অনুষ্ঠান।

উল্লেখ্য, আয়োজক বাডুংডুপ্পা কলাকেন্দ্ৰই দূৰণীয়াবটীয়া দৰ্শক তথা অতিথিৰ বাবে খেৰ আৰু বাঁহেৰে অতি আটকধুনীয়াকৈ অতিথিৰ আশ্ৰয় গৃহ নিৰ্মাণ কৰিছে।  

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd