• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

যমৰূপী মাংকি পক্স : জানো আহক এই ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 2, 2024 7:45 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্তু আৰু মানুহৰ মাজত বিয়পিব পৰা জুনটিক ৰোগ (অৰ্থাৎ ই জীৱ-জন্তু আৰু মানুহৰ মাজত বিয়পিব পাৰে) মাংকি পক্স শেহতীয়াকৈ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰাদুৰ্ভাৱৰ বাবে চৰ্চা লাভ কৰিছে।  যদিও মাংকি পক্স সাধাৰণতে কম গুৰুতৰ যদিও ই এতিয়াও জনস্বাস্থ্যৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

মাংকি পক্স হৈছে অৰ্থপক্স ভাইৰাছ প্ৰজাতিৰ সদস্য মাংকি পক্স ভাইৰাছৰ দ্বাৰা হোৱা ভাইৰাছজনিত সংক্ৰমণ, য’ত ছমপক্স ভাইৰাছো অন্তৰ্ভুক্ত।  

Apply Now

১৯৫৮ চনত এটা বান্দৰৰ দেহত এই ৰোগ ধৰা পৰিছিল হৈছিল যদিও মূলতঃ ৰোডেন্টৰ দৰে সৰু স্তন্যপায়ী প্ৰাণীৰ দ্বাৰাও এই ৰোগ বিয়পে।  

১৯৭০ চনত কংগো ডেমক্ৰেটিক ৰিপাব্লিকত প্ৰথম মানৱীয় মাংকি পক্সৰ ৰোগী চিনাক্ত কৰা হৈছিল। তেতিয়াৰ পৰা মধ্য আৰু পশ্চিম আফ্ৰিকাৰ কেইবাখনো দেশত, আৰু শেহতীয়াকৈ বিশ্বৰ অ-এণ্ডেমিক অঞ্চলত এই ৰোগ ধৰা পৰিছে।

মাংকি পক্স কেনেকৈ বিয়পে?

মাংকি পক্স প্ৰাণীৰ পৰা মানুহলৈ আৰু মানুহৰ পৰা মানুহলৈ বিয়পিব পাৰে –

প্ৰাণীৰ পৰা মানুহলৈ সংক্ৰমণ : সংক্ৰমিত প্ৰাণীৰ তেজ, শৰীৰৰ তৰল পদাৰ্থ, বা ক্ষতৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ এই ৰোগ সংক্ৰমণ হয়। এই ৰোগত আক্ৰান্ত জন্তুৱে কামুৰিলে বা আঁচুৰিলেও মাংকি পক্স হ’ব পাৰে।

মানুহৰ পৰা মানুহলৈ সংক্ৰমণ : মাংকি পক্স শ্বাস-প্ৰশ্বাসৰ জৰিয়তে মানুহৰ পৰা মানুহলৈ বিয়পে। সংক্ৰমিত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শলৈ আহিলে বা শাৰীৰিক সম্পৰ্কত  

উল্লেখ্য যে এই ভাইৰাছটোৰ ইনকিউবেচন পিৰিয়ড প্ৰায় ৫ৰ পৰা ২১ দিন। অৰ্থাৎ সংক্ৰমণৰ পিছত লগে লগে লক্ষণ দেখা নাযায়।  লক্ষণ আৰম্ভ হোৱাৰ পৰা ঘাঁ সম্পূৰ্ণৰূপে ভাল নোহোৱালৈকে ৰোগীজন সংক্ৰামক হৈ থাকে।

মাংকি পক্সৰ লক্ষণ –

মাংকি পক্স হ’লে সাধাৰণতে ছমপক্সৰ দৰে লক্ষণ দেখা যায় যদিও সাধাৰণতে ই কম গুৰুতৰ। ইয়াৰ লক্ষণসমূহ দুটা পৰ্যায়ত ভাগ কৰা হয় –

প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল জ্বৰ, তীব্ৰ মূৰৰ বিষ, পেশীৰ বিষ, কঁকালৰ বিষ, আৰু ফুলা।

ইয়াৰ কিছুদিনৰ পিছত ফোহা ওলায়, প্ৰায়ে মুখৰ পৰা আৰম্ভ হৈ তাৰ পিছত শৰীৰৰ আন অংশলৈ বিয়পি পৰে। ফোহাবোৰ পৰ্যায়ক্ৰমে বাঢ়ি যায়।

বেছিভাগ ক্ষেত্ৰতে দুসপ্তাহৰ পৰা চাৰি সপ্তাহৰ ভিতৰতে এই ৰোগ ভাল হয় যদিও বিশেষকৈ শিশু, গৰ্ভৱতী ব্যক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা ব্যক্তিৰ বাবে ই ভয়ানক হ’ব পাৰে।

মাংকি পক্সৰ চিকিৎসা –

ছালৰ ঘাঁ বা তেজৰ নমুনাৰ পলিমেৰেজ চেইন ৰিয়েকচন (পিচিআৰ) পৰীক্ষাৰ দ্বাৰা মাংকি পক্স ধৰা পৰে।  যিহেতু মাব্গ্কি পক্সে চিকেনপক্স বা মিজিলছৰ দৰে অন্যান্য সংক্ৰমণৰ দৰে লক্ষণ দেখুৱাব পাৰে, গতিকে পৰীক্ষাগাৰত নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়।

মাংকি পক্সৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই যদিও গুৰুতৰ ক্ষেত্ৰত সহায়ক যত্ন আৰু টেক’ভিৰিমেটৰ দৰে এন্টিভাইৰেল ঔষধেৰে চিকিৎসা কৰা হয় । সাধাৰণতে ৰোগীক পৃথক কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।

টিকাকৰণ আৰু প্ৰতিৰোধ –

বৰ্তমান মাংকি পক্সৰ বাবে দুটা ভেকচিন উপলব্ধ :

 -Jynneos (Imvamune বা Imvanex) আৰু ACAM2000। এই দুটা ভেকচিন দিলে ৮৫% সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd