• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত অভিনৱ পন্থাৰে নিবনুৱা যুৱকক প্ৰৱঞ্চনা কৰা দুই প্ৰৱঞ্চকক আটক

আৰক্ষীৰ অভিযানত প্ৰৱঞ্চকৰ ঘৰৰ পৰা ৪৬ টা ডি এছ এল আৰ কেমেৰা উদ্ধাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 28, 2019 2:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত নিৱনুৱা যুৱকৰ পৰা ৫৫ টাকৈ ডি এছ এল আৰ কেমেৰা প্ৰৱঞ্চনাৰে লুটি নিয়াৰ ফন্দি কৰা চক্ৰৰ খলনায়ক তথা শিৱসাগৰৰ কুখ্যাত সুদখোৰ প্ৰিন্স হুছেইন জালত পৰিল শিৱসাগৰ আৰক্ষীৰ।

লগতে আৰক্ষীয়ে প্ৰিন্সৰ শোৱনি কোঠাৰ পৰা মাজনিশা অভিযান চলাই ৪৬ টা কেমেৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Apply Now

শিৱসাগৰৰ ২৫ জনকৈ নিবনুৱা যুৱকৰ পাৰা দৈনিক ভাড়া দিম বুলি ৫৫ টাকৈ ডি এছ এল আৰ কেমেৰা প্ৰৱঞ্চনাৰে লুটি নিয়াৰ ফন্দি কৰা প্ৰৱঞ্চক চক্ৰটোৰ মূল নায়ক প্ৰিন্স হুছেইন আৰু মিনহাজ বড়া আৰক্ষীৰ জালত পৰাৰ বিপৰীতে শান্তনু শইকীয়া নামৰ প্ৰৱঞ্চকটো বৰ্তমানো পলাতক ৷

উল্লেখযোগ্য যে এক কোটি টকা মূল্যৰ ৫৫ টা কেমেৰা দৈনিক ভাড়ালৈ বুলি নি জুন মাহৰ পৰা পলাতক অৱস্থাত আছিল প্ৰৱঞ্চক শান্তনু শইকীয়া ৷

উপায়ন্তৰ হৈ নিবনুৱা যুৱকসকলে ২৭ ছেপ্তেম্বৰত শিৱসাগৰ সদৰ আৰক্ষী থানাত শান্তনু শইকীয়াৰ বিৰুদ্ধে  এজাহাৰ দাখিলৰ লগতে প্ৰৱঞ্চক শান্তনু শইকীয়াৰ দুই সহযোগী মিনহাজ বড়া আৰু প্ৰিন্স হুছেইন নামৰ দুই ধুৰন্ধৰক ধৰি গতাইছিল শিৱসাগৰ আৰক্ষী থানাত ৷

কিন্তু যুৱক সকলে ধৰি দিয়া প্ৰৱঞ্চক প্ৰিন্স হুছেইনক আৰক্ষীয়ে জেৰা চলাওঁতেই ওলাল উৰহি গছৰ ওৰ ৷ শিৱসাগৰৰ কুখ্যাত সুদখোৰ ব্যৱসায়ী বুলি পৰিচিত প্ৰিন্সৰ পৰিকল্পনাতে নিবনুৱা যুৱকসকলৰ পৰা চক্ৰান্তৰে ৫৫ টাকৈ ডি এছ এল আৰ কেমেৰা সৰকাই নি বিক্ৰী কৰাৰ বাবে চক্ৰান্ত ৰচনাৰ কথা আৰক্ষীৰ আগত প্ৰিন্সে স্বীকাৰ কৰে ৷

প্ৰিন্সৰ স্বীকাৰোক্তিৰ ভিত্তিতে তদন্তকাৰী বিষয়া লোকনাথ বসুমতাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে প্ৰিন্স হুছেইনৰ ন- আলি স্থিত বাসগৃহৰ শোৱনী কোঠাৰ পৰা ৪৬ টাকৈ কেমেৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইফালে আনটো পলাতক প্ৰৱঞ্চক শান্তনু শইকীয়াৰ ঘৰ শিৱসাগৰৰ ঢুলীয়াপাৰ জোনাকী নগৰত হোৱাৰ বিপৰীতে দুই সহযোগী  মিনহাজ বড়াৰ ঘৰ ঘিলাগুৰি আৰু প্ৰিন্স হুছেইনৰ ঘৰ ন-আলিত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

বৰ্তমান আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত প্ৰিন্স হুছেইন আৰু মিনহাজ বড়াক সন্ধান নোলোৱা আন ৯ টা কেমেৰাৰ সম্পৰ্কত জেৰা অব্যাহত ৰখাৰ লগতে পলাতক প্ৰৱঞ্চক শান্তনু শইকীয়াৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd