• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিলসাঁকোৰ পিছত ডিব্ৰুগড়তো দৰিদ্ৰৰ ভগা পঁজাত চলিল বিজেপিৰ উচ্ছেদৰ হাতোৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2023 5:28 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলসাঁকোত উচ্ছেদ চলোৱাৰ পিছতেই এইবাৰ ডিব্ৰুগড় জিলাত উচ্ছেদৰ হাতোৰা চলালে দৰিদ্ৰ মানুহৰ দুখ দূৰ কৰাৰ কথা কৈ শাসনলৈ অহা বিজেপিৰ চৰকাৰখনে।

খবৰ অনুসৰি , যোৱা মঙলবাৰে ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষত আশ্ৰয় লৈ থকা ভূমিহীন, বানপীড়িত আৰু দৰিদ্ৰ জনগণৰ পঁজা সমূহৰ ওপৰত বুলডজাৰ চলাই নিৰ্দয়ভাবে উচ্ছেদ কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে। 

Apply Now

উচ্ছেদিত লোকসকলে জনোৱা মতে কোনোধৰণৰ আগতীয়া জাননী অবিহনেই এই উচ্ছেদ চলোৱা হৈছিল।

এই উচ্ছেদ সম্পৰ্কে নিজৰ ফেচবুক পেজত অচ্যুত মাধৱ দাস নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে লিখিছে – “যোৱাকালি উচ্ছেদ হৈছিল পাছবেলা । উচ্ছেদৰ সময়ত মই প্ৰায় ছাৰি ঘণ্টা মান সেই অঞ্চলটোত আছিলোঁ। উচ্ছেদিত লোক সকলে মোক জনোৱা অনুসৰি তেওঁলোকে উচ্ছেদৰ কোনো আগতীয়া জাননী পোৱা নাছিল, জাননী পোৱা হ’লে হয়তো বয়-বস্তুৰ কিছু ব্যৱস্থা লগাব পাৰিলেহেঁতেন।”

লগতে তেওঁ লিখিছে – “ ….উচ্ছেদিত লোকসকলৰ মাজত কিন্তু বহু সংখ্যক মহিলা আছিল। তাতোকৈয়ো ডাঙৰ কথা হ’ল তেওঁলোকৰ বহুতৰে কোলাত দুই-তিনিমহীয়া নৱজাতক। তাৰোপৰি তেওঁলোকৰ মাজত যথেষ্ট সংখ্যক ৪/৫ বছৰীয়া শিশুও আছিল। সন্ধ্যা যেতিয়া সেই অঞ্চলটোলৈ মই পুণৰ গৈছিলোঁ জুম বান্ধি বান্ধি নৈ পাৰত মানুহবোৰে জুই সেকি আছিল। আনফালে নৈৰ ফেৰফেৰীয়া বতাহ। মানুহবোৰলৈ চাই ভাবিছিলোঁ- এই মানুহখিনিৰ বাবেই অন্ততঃ আজি ৰাতি ডিব্ৰুগড় চহৰত বৰষুণ নহওক। পিছে যোৱাকালি ৰাতি ১২ মান বজাৰ পৰা গোটেই ৰাতি বৰষুণ দি আছে।”

“কণমানিবোৰৰ কিছুমানে স্কুলৰ কিতাপ-পত্ৰবোৰ সামৰিব পাৰিলে, কিছুমানে নোৱাৰিলে।কণমানি এটাই মোলৈ চাই কৈছিল- “আংকল মোৰ স্কুলৰ বেগটো ঘৰৰ ভিতৰতে থাকিল” – এইদৰেই ফেচবুকত ঘটনাৰ বৰ্ণনা কৰিলে অচ্যুত মাধৱ দাসে।

উল্লেখ্য যে আগতীয়া জাননী অবিহনে উচ্ছেদ কাৰ্য চলোৱা ডিব্ৰুগড় জিলা প্ৰশাসনে এই নিপীড়িত লোকসকলৰ সংস্থাপনৰ আগতীয়া ব্যৱস্থা বা ক্ষতিপূৰণ দিয়াটো দূৰৈৰে কথা, প্ৰয়োজনীয় দুটামান বস্তু সামৰিবলৈও অলপ সময় প্ৰদান নকৰিলে। যাৰ বাবে এখন চালিৰ অবিহনে ভৰ বাৰিষাৰ বতাহ-বৰষুণ-বিজুলীত মুকলি আকাশৰ তলতেই নিশা যাপন কৰিবলগীয়া হৈছে এই সকল হতভগীয়া লোকে। 

এতিয়া সচেতন ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে, এই নিৰ্মম আৰু মানৱতাহীন অন্যায় উচ্ছেদৰ অধিকাৰ চৰকাৰে ক’ৰপৰা পালে? এই উচ্ছেদৰ পিছতেই ডিব্ৰুগড় চহৰৰ সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ক্ষোভ আৰু শোকত ভাগি পৰিছে উচ্ছেদিত লোকসকল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd