• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ শিশু আৰু কিশোৰৰ উন্নয়নত য়ুনিচেফৰ সহায় : বিধানসভাৰে বুজাবুজি চুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2019 10:36 am
28-07-19 Guwahati- Letter of Understanding signing ceremony ALA with UNICEF

ফটো : য়ু বি

337
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ ১৮ বছৰৰ তলৰ কিশোৰ-শিশুসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে চৰকাৰীভাৱে গ্ৰহণ কৰা আঁচনিবোৰৰ ৰূপায়নৰ ক্ষেত্ৰত য়ুনিচেফে প্ৰয়োজনীয় কাৰিকৰী তথা আন সহযোগিতাসমূহ আগবঢ়াব।

অসম বিধানসভাৰ চেন্ট্ৰেল হলত দেওবাৰে আয়োজিত এক অনুষ্ঠানত এই সন্দৰ্ভত য়ুনিচেফৰ সৈতে অসম বিধানসভাৰ এখন বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়।

অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আশা প্ৰকাশ কৰে যে বুজাবুজিৰ চুক্তিখনে কেৱল শিশু আৰু কিশোৰৰ সুৰক্ষাৰ ক্ষেত্ৰতেই নহয়, লগতে মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো ইতিমধ্যে চলি থকা চৰকাৰী আঁচনিবোৰৰ সফল ৰূপায়নত বিধাসভাৰ সদস্যসকলক সহায় কৰিব।

অধ্যক্ষ গোস্বামীয়ে কয় যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ১ কোটি ২৮ লাখ হৈছে ৬ বছৰৰ পৰা ১৮ বছৰৰ শিশু তথা কিশোৰ। ৰাজ্যৰ ভৱিষ্যত এই শিশু-কিশোৰসকলৰ সুৰক্ষা আমাৰ সকলোৰে দায়িত্ব।

তদুপৰি, শিশু-কিশোৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো বহু আঁচনি আছে। উক্ত আঁচনিসমূহ কিদৰে ৰূপায়ন কৰিলে শিশুসকল অধিক উপকৃত হ’ব পাৰে সেয়া য়ুনিচেফৰ পৰা আমি জানিব পাৰিম বুলি অধ্যক্ষ গোস্বামীয়ে উল্লেখ কৰে।

শিশুৰ পুষ্টিহীনতা, শিশু সৰবৰাহ, ড্ৰাগছ আসক্তি আদি প্ৰতিৰোধৰ ক্ষেত্ৰতো অসম বিধানসভাই চুক্তিখনৰ জৰিয়তে য়ুনিচেফৰ পৰা সহযোগ লাভ কৰিব।

য়ুনিচেফৰ অসমৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেতা পাটনায়কে কয় যে মাতৃ গৰ্ভত থকাৰ পৰা এটি শিশুৰ জন্মৰ পৰৱৰ্তী ২ বছৰলৈকে মস্তিস্কৰ ৭৫ শতাংশ বিকাশ হয়। উক্ত সময়ছোৱা শিশুটিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত শিশুটিৰ মাকে যাতে পুষ্টিহীনতাৰ চিকাৰ হ’বলগীয়া নহয় তাৰবাবে চৰকাৰে বিভিন্ন আঁচনিৰ যোগেদি পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

অনুষ্ঠানত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ দিলীপ পাল, বিধায়ক ডাঃ নোমল মমিন, মহিলা আৰু  শিশু কল্যাণ সমিতিৰ অধ্যক্ষা তথা বিধায়িকা ৰজলিনা তিৰ্কী, সাংসদ আব্দুল খালেককে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি চুক্তিখনে অসম বিধানসভাৰ সদস্যসকলক ভৱিষ্যতে বহু সহায় কৰিব বুলি মত ব্যক্ত কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd