• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শিশু আৰু কিশোৰৰ উন্নয়নত য়ুনিচেফৰ সহায় : বিধানসভাৰে বুজাবুজি চুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2019 10:36 am
28-07-19 Guwahati- Letter of Understanding signing ceremony ALA with UNICEF

ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ ১৮ বছৰৰ তলৰ কিশোৰ-শিশুসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে চৰকাৰীভাৱে গ্ৰহণ কৰা আঁচনিবোৰৰ ৰূপায়নৰ ক্ষেত্ৰত য়ুনিচেফে প্ৰয়োজনীয় কাৰিকৰী তথা আন সহযোগিতাসমূহ আগবঢ়াব।

অসম বিধানসভাৰ চেন্ট্ৰেল হলত দেওবাৰে আয়োজিত এক অনুষ্ঠানত এই সন্দৰ্ভত য়ুনিচেফৰ সৈতে অসম বিধানসভাৰ এখন বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়।

Apply Now

অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আশা প্ৰকাশ কৰে যে বুজাবুজিৰ চুক্তিখনে কেৱল শিশু আৰু কিশোৰৰ সুৰক্ষাৰ ক্ষেত্ৰতেই নহয়, লগতে মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো ইতিমধ্যে চলি থকা চৰকাৰী আঁচনিবোৰৰ সফল ৰূপায়নত বিধাসভাৰ সদস্যসকলক সহায় কৰিব।

অধ্যক্ষ গোস্বামীয়ে কয় যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ১ কোটি ২৮ লাখ হৈছে ৬ বছৰৰ পৰা ১৮ বছৰৰ শিশু তথা কিশোৰ। ৰাজ্যৰ ভৱিষ্যত এই শিশু-কিশোৰসকলৰ সুৰক্ষা আমাৰ সকলোৰে দায়িত্ব।

তদুপৰি, শিশু-কিশোৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো বহু আঁচনি আছে। উক্ত আঁচনিসমূহ কিদৰে ৰূপায়ন কৰিলে শিশুসকল অধিক উপকৃত হ’ব পাৰে সেয়া য়ুনিচেফৰ পৰা আমি জানিব পাৰিম বুলি অধ্যক্ষ গোস্বামীয়ে উল্লেখ কৰে।

শিশুৰ পুষ্টিহীনতা, শিশু সৰবৰাহ, ড্ৰাগছ আসক্তি আদি প্ৰতিৰোধৰ ক্ষেত্ৰতো অসম বিধানসভাই চুক্তিখনৰ জৰিয়তে য়ুনিচেফৰ পৰা সহযোগ লাভ কৰিব।

য়ুনিচেফৰ অসমৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেতা পাটনায়কে কয় যে মাতৃ গৰ্ভত থকাৰ পৰা এটি শিশুৰ জন্মৰ পৰৱৰ্তী ২ বছৰলৈকে মস্তিস্কৰ ৭৫ শতাংশ বিকাশ হয়। উক্ত সময়ছোৱা শিশুটিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত শিশুটিৰ মাকে যাতে পুষ্টিহীনতাৰ চিকাৰ হ’বলগীয়া নহয় তাৰবাবে চৰকাৰে বিভিন্ন আঁচনিৰ যোগেদি পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

অনুষ্ঠানত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ দিলীপ পাল, বিধায়ক ডাঃ নোমল মমিন, মহিলা আৰু  শিশু কল্যাণ সমিতিৰ অধ্যক্ষা তথা বিধায়িকা ৰজলিনা তিৰ্কী, সাংসদ আব্দুল খালেককে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি চুক্তিখনে অসম বিধানসভাৰ সদস্যসকলক ভৱিষ্যতে বহু সহায় কৰিব বুলি মত ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd