DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় নগৰত বাইকত অহা দুৰ্বৃত্তই পথচাৰীৰ পৰা কাঢ়ি নিলে ১.৭০ লাখ টকা

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
July 6, 2019 9:44 pm
robbery

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ থানা চাৰিআলিত আজি আৱেলি বাইকত অহা দুজন অচিনাক্ত যুৱকে অৰুণ গোহাঁই নামৰ এজন ব্যক্তিৰ পৰা ১.৭০ লাখ টকা কাঢ়ি নিয়াক লৈ নগৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে বেংকৰ পৰা টকা উলিয়াই আহি থকা অৱস্থাতে দুৰ্বৃত্তৰ দলটোৱে গোহাঁইৰ পৰা টকাখিনি কাঢ়ি নিয়ে।

পিছত ঘটনা সংক্ৰান্তত গোহাঁইয়ে ডিব্ৰুগড় আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে অৰুণ গোহাঁইয়ে ডিব্ৰুগড় নগৰৰ এক্সিছ বেংকৰ পৰা টকা উলিয়াই নগৰখনৰ গোৱেংকা পথেৰে আহি থকা অৱস্থাতে বাইকত দুজন অচিনাক্ত যুৱকে তেওঁৰ পৰা টকাৰ বেগটো কাঢ়ি নিয়ে।

‘আমি ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অভিযান আৰম্ভ কৰিছো। আমাৰ অনুমান যুৱক দুজনে তেওঁক অনুসৰণ কৰি আছিল।‘ আৰক্ষীৰ এক সূত্ৰই কয়।

উল্লেখযোগ্য যে বিগত কেইটামান মাহত ডিব্ৰুগড় নগৰত কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা নাই বুলি সচেতন মহলে অভিযোগ কৰে।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd