• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ অনুদানত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2021 4:19 pm
fertilizer-corporati
165
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰছ কৰ্প’ৰেছন(BVFCL)ক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ১০০ কোটি টকাৰ পেকেজত আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়।

দেশৰ সাৰ দপ্তৰৰ অধীনত পৰিচালিত নামৰূপ সাৰ কাৰখানাই বিগত বহু বছৰ ধৰি নানান সমস্যাৰ সন্মুখীন হৈ আহিছে।

বিশেষকৈ কাৰখানাটোৰ যন্ত্ৰ-পাতি আওপুৰণি হৈ পৰাৰ ফলত উৎপাদন লক্ষ্যণীয় হাৰত হ্ৰাস পাইছে।

সাৰ কাৰখানাটোৰ মাত্ৰ দুটা ইউনিটহে এতিয়া সক্ৰিয় হৈ আছে । সেই দুটা হৈছে ক্ৰমে নামৰূপ-১ আৰু নামৰূপ-২ ইউনিট।

গেছ চালিত দেশৰ প্ৰথমটো সাৰ কাৰখানাক অধিক উৎপাদনশীল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে ১০০ কোটি টকাৰ পেকেজ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।

আজি কেন্দ্ৰীয় কেবিনেট চৰকাৰৰ উতক্ত প্ৰস্তাৱত অনুমোদন জনায়।এই ধন ৰাশি সাৰ কাৰখানাটোৰ যন্ত্ৰ-পাতিৰ উন্নয়ন আৰু আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে খৰচ কৰা হ’ব।

সাৰ কাৰখানাটোৰ যন্ত্ৰপাতি আদি সলনি কৰিলে কাৰখানাটোৱে বছৰি প্ৰায় ৩.৯০ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

নামৰূপ সাৰ কাৰখানাত বৰ্তমান ৫৮০ গৰাকী স্থায়ী কৰ্মচাৰী  আৰু প্ৰায় ১৫০০ গৰাকী অস্থায়ী কৰ্মচাৰী আছে ।

এই কাৰখানাটোৰ সৈতে পৰোক্ষ ভাবে জড়িত হৈ থকা লোকৰ সংখ্যা প্ৰায় ২৮,০০০ গৰাকী।

নামৰূপ সাৰ কাৰখানাৰ উৎপাদন বৃদ্ধি পালে অসমৰ চাহ উদ্যোগৰ লগতে কৃষিক্ষেত্ৰত ইউৰীয়াৰ যোগান বৃদ্ধি কৰিব পৰা যাব।

Recent News

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd