• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক পৃথক নহয়, এইবাৰ উচ্চ শিক্ষা নিয়ন্ত্ৰণত ‘এক দেশ, এক সংস্থা’, বিধেয়কত অনুমোদন মোডী কেবিনেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2025 12:10 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে উচ্চ শিক্ষাৰ বিভিন্ন বিভাগক এইবাৰ এটা কৰ্তৃপক্ষৰ অধীনলৈ আনিব বিচাৰিছে। সেই উদ্দেশ্যে ‘বিকশিত ভাৰত শিক্ষা কৰ্তৃপক্ষ বিধেয়ক’ মন্ত্ৰীসভাত গৃহীত হয়।

শীতকালীন অধিৱেশনতে সংসদত দাখিল কৰিব পাৰে বিধেয়কখন। কেন্দ্ৰই অধিৱেশনৰ অন্তিম দিনা হায়াৰ এডুকেশ্যন কমিছন অফ ইণ্ডিয়া ২০২৫ (এইচ ই চি আই) বিধেয়কখন দাখিল কৰাৰ পৰিকল্পনা কৰিছে।

Apply Now

মূলতঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰত জটিলতা হ্ৰাস কৰিবলৈ পৃথক পৃথক সংস্থাৰ জটিলতা কমাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা মাত্ৰ সংস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই আইনখনৰ লক্ষ্য হৈছে ইউজিচি, এআইচিটিই আৰু এনচিটিইৰ দৰে সংস্থাসমূহ বিলুপ্ত কৰি উচ্চ শিক্ষাক এটা সংস্থাৰ নিয়ন্ত্ৰণলৈ অনা।

এতিয়ালৈকে ইউজিচিয়ে সাধাৰণ উচ্চ শিক্ষাৰ সৈতে জড়িত বিষয়সমূহ নিয়ন্ত্ৰণ কৰিছিল। AICTE অৰ্থাৎ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচনৰ হাতত আছিল কাৰিকৰী আৰু পৰিচালনা শিক্ষা। এন চি টি ই অৰ্থাৎ নেচনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেচনে শিক্ষকৰ শিক্ষণৰ চোৱাচিতা কৰিছিল।

এই সকলোবোৰ এতিয়া প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উচ্চ শিক্ষা আয়োগৰ তত্বাৱধানত আহিব। কেৱল চিকিৎসা আৰু আইন শিক্ষা আয়োগৰ পৰিসৰৰ বাহিৰত থাকিব।

কেন্দ্ৰৰ এই নতুন সিদ্ধান্ত সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অনুকূল। জনা যায় যে গঠন হ’বলগীয়া নতুন শিক্ষা ব’ৰ্ডখনে ইউজিচিৰ দৰে উচ্চ শিক্ষাৰ সৈতে জড়িত সকলো বিষয় নিয়ন্ত্ৰণ কৰিব।

কোনবোৰ শিক্ষানুষ্ঠানক স্বীকৃতি দিয়া হ’ব, কেনেকৈ পৰীক্ষা অনুষ্ঠিত হ’ব, আৰু শিক্ষক নিযুক্তিৰ কাম সকলো ঐক্যবদ্ধ এই ব’ৰ্ডৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব। ইয়াতেই শেষ নহয়, অনাগত দিনত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাকো একেখন ব’ৰ্ডৰ অধীনলৈ অনাৰ উদ্যোগ লৈছে কেন্দ্ৰই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

August 6, 2026 11:40 am
ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খাটিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

August 6, 2026 10:55 am
অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

August 6, 2026 9:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

August 6, 2026 11:40 am
ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খাটিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

August 6, 2026 10:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd