DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেবিনেট সিদ্ধান্ত: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৮১.৩৫ কোটি হিতাধিকাৰীলৈ বিনামূলীয়া খাদ্যশস্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 24, 2022 10:32 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

105
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেবিনেটে সিদ্ধান্ত লৈছে যে কেন্দ্ৰীয় চৰকাৰে ২০২৩ ৰ  ১ জানুৱাৰীৰ পৰা এবছৰৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (NFSA) অধীনত প্ৰায় ৮১.৩৫ কোটি হিতাধিকাৰীক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰিব।

কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীয়ুষ গোৱেলে কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি কয় যে দৰিদ্ৰ তথা দৰিদ্ৰতম লোকসকলৰ আৰ্থিক বোজা আঁতৰাবলৈ কেন্দ্ৰই এই সময়ছোৱাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত খাদ্য ৰাজসাহায্য হিচাপে ২ লাখ কোটি টকাতকৈও অধিক ব্যয় কৰিব।

লগতে পঢ়ক: বিহাৰৰ ইটা ভাটাত ভয়ংকৰ বিস্ফোৰণত নিহত ৭ জন শ্ৰমিক

তেওঁ কয় যে প্ৰাথমিকতা প্ৰাপ্ত পৰিয়ালৰ হিতাধিকাৰীসকলক প্ৰতিজন ব্যক্তিৰ বাবে ৫ কিলোগ্ৰাম খাদ্যশস্য আৰু অন্তোদয় অন্ন যোজনাৰ হিতাধিকাৰীসকলক প্ৰতি পৰিয়ালত ৩৫ কিলোগ্ৰামকৈ অহা এবছৰৰ বাবে বিনামূলীয়াকৈ খাদ্য শস্য প্ৰদান কৰা হ’ব।

গোৱেলে আঙুলিয়াই দিয়ে যে সিদ্ধান্তটোৱে হিতাধিকাৰীসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ সংবেদনশীলতা প্ৰতিফলিত কৰে।

লগতে পঢ়ক:দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে ইতিহাস গঢ়িবলৈ আগবাঢ়িছে ছানিয়া মিৰ্জা!

গোৱেলে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজসাহায্যপ্ৰাপ্ত খাদ্যশস্য চাউলৰ বাবে প্ৰতি কিলোগ্ৰামত ৩ টকা, ঘেঁহুৰ বাবে ২ টকা আৰু হিতাধিকাৰীসকলক প্ৰতি কিলোগ্ৰাম মোটা শস্যৰ বাবে ১ টকাকৈ বিতৰণ কৰা হৈছিল। কেবিনেটে সিদ্ধান্ত লৈছে যে হিতাধিকাৰীসকলে এতিয়া বিনামূলীয়াকৈ এই খাদ্যশস্য লাভ কৰিব।

Recent News

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd