• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনে আছে কৰ’না আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং? জনালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2021 10:58 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ আৰু বৰ্তমান কোনো চিন্তাৰ কাৰণ নাই।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শীঘ্ৰে সুস্থ কৰি তোলাৰ বাবে চিকিৎসকসকলে  সৰ্বাত্মক প্ৰচেষ্টা চলাইছে।

Apply Now

মঙলবাৰে এক টুইট কৰি এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে।

কোভিড ভেকচিনৰ দুয়োটা ড’জেই গ্ৰহণ কৰাৰ পাছতো মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ড০ সিং। শৰীৰত একাধিক লক্ষণ দেখা দিয়াৰ পাছত সোমবাৰে তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে চিকিৎসকৰ এটা বিশেষ টীম গঠন কৰা হৈছে। প্ৰায় নব্বৈৰ বছৰৰ ওচৰ চপা ড০ সিঙৰ শাৰীৰিক অৱস্থাক লৈ চিকিৎসকল উদ্বিগ্ন হৈ পৰিছিল যদিও সদ্যহতে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

ডাঃ হৰ্ষবৰ্দ্ধনে টুইট কৰি কয়,’’এইমছত যিসকল চিকিৎসকে ড০ মনমোহন সিঙক নিৰীক্ষণ কৰি আছে, তেওঁলোকে জানিবলৈ দিছে যে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ। তেওঁক সৰ্বোত্তম চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। আমি সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।‘’

Followed up on Dr Manmohan Singh Ji’s health with the medical team attending to him at AIIMS, Delhi. His condition is stable.

Best possible care is being provided to him. We all pray for his quick recovery.

— Dr Harsh Vardhan (@drharshvardhan) April 20, 2021

উল্লেখ্য যে দেওবাৰে দেশৰ কৰ’না পৰিস্থিতিক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি ড০ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল। পত্ৰখনত তেওঁ নিজৰ পৰা ৫টা প্ৰস্তাৱো দাঙি ধৰিছিল।

বাতৰি অনুসৰি, যোৱা ৮এপ্ৰিলতে তেওঁ কৰ’না ভেকচিনৰ দ্বিতীয়টো ড’জ লৈছিল। কিন্তু সোমবাৰে ১০দিনৰ ভিতৰতে তেওঁ কৰ’নাত আক্ৰান্ত হ’ল।

সোমবাৰে অসুস্থ হৈ পৰাত ৮৮বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ’না পৰীক্ষা কৰা হয় আৰু তেওঁৰ ৰিপ’ৰ্ট পজিটিভ অহাত পৰিয়ালৰ সদস্যসকলে তেওঁক হাস্পাতলত ভৰ্তি কৰায়।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আৰোগ্য কামনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বিভিন্নজনে টুইট কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd