• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেৰীকমক প্ৰত্যাহবান জনোৱা নিখাত জেৰিনৰ পত্ৰৰ উত্তৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 18, 2019 5:45 pm

1 min read

kiren Rijiju

কিৰেণ ৰিজিজু

451
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাত জেৰিনে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমৰ বিপক্ষে বক্সিং ৰিঙত নমাৰ দাবীৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুলৈ লিখা পত্ৰৰ শুকুৰবাৰে উত্তৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

জেৰিনে বৃহস্পতিবাৰে টুইটাৰত ২০২০ টকিঅ’ অলিম্পিকলৈ ভাৰতীয় দল ঘোষণা কৰাৰ পূৰ্বে মেৰীকমৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নমাৰ দাবীৰে ৰিজিজুলৈ টুইটাৰত পত্ৰ লিখি জনাইছিল।

জেৰিনৰ দাবীৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ক্ৰীড়া মন্ত্ৰ্যালয়ৰ জাতীয় ফেডাৰেশ্যনৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই বুলি উল্লেখ কৰে।

তদুপৰি, বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ ওচৰলৈ তেওঁ নিখাত জেৰিনৰ বিষয়টো দৃষ্টিগোচৰৰ বাবে পঠাব বুলি কয়।

এটা টুইটাৰত ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে কয় ‘‘দেশৰ, ক্ৰীড়াৰ আৰু খেলুৱৈ সকলৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মই নিশ্চিতভাৱে বিষয়টো বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ ওচৰত দৃষ্টিগোচৰ কৰিম। অলিম্পিকৰ নিয়ম অনুসৰি ক্ৰীড়া ফেডাৰেশ্যনৰ খেলুৱৈ বাচনিত কোনোধৰণৰ মন্ত্ৰীৰ হস্তক্ষেপ নাথাকে।’’

আনহাতে, মণিপুৰৰ তাৰকা বক্সাৰ মেৰীকমে এইক্ষেত্ৰত তেওঁ বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সিদ্ধান্তক সন্মান জনাই তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰে তাক মানি ল’ব বুলি মন্তব্য কৰে।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd