• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে গোন্ধ পাইছে ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2018 2:08 pm
Rajen-Gohian-570x320

কেন্দ্রীয় মন্ত্রী ৰাজেন গোঁহাই : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাওঁ সদৰ থানাত এগৰাকী মহিলাই তেওঁক ধৰ্ষণ কৰা বুলি গোচৰ ৰুজু কৰাৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি এই ঘটনাক ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি অভিহিত কৰিছে।

নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত আজি কেন্দ্ৰীয় মন্ত্ৰী গোঁহাইয়ে কয়, ‘’ যোৱাকালিৰে পৰা সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে প্ৰকাশিত বাতৰিটো মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ। ভগবান আছে। তদন্ত চলি আছে। কোন সত্য আৰু এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে সকলোবোৰ ওলাই পৰিব।‘’

Apply Now

কেন্দ্ৰীয় মন্ত্ৰী গোঁহাইয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘’ প্ৰতিটো নিৰ্বাচনৰ আগতে মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হয়। ইয়াৰ আগেয়েও ২০০৬, ২০১১ আৰু ২০১৬ চনত মই ৰাজনৈতিক ষড়যন্ত্ৰৰ সন্মুখীন হৈছো। কিন্তু মই মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছো তৃণমূল পৰ্যায়ৰ পৰা। গতিকে মই সদায় ৰাইজৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছো।‘’

উল্লেখযোগ্য যে  নগাওঁ সদৰ থানাত যোৱা ২ আগষ্টত নগাওঁ জিলাৰ দেউৰী গাৱঁৰ এগৰাকী ২৬ বছৰীয়া মহিলাই ৬৮ বছৰীয়া মন্ত্ৰীজনৰ বিৰুদ্ধে তেওঁক মন্ত্ৰীজনে ধৰ্ষণ কৰা বুলি এটা গোচৰ ৰুজু কৰিছিল। ইমান দিনে কথাটো গোপনে ৰখা হৈছিল যদিও নগাওঁ আৰক্ষীয়ে শুকুৰবাৰে এই কথা নিশ্চিত কৰে।

“এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত মন্ত্ৰীজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। আমি বিষয়টো তদন্ত কৰি আছো।” নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱামতে, বিজেপিৰ পুৰণি নেতা হিচাপে দলত বিশেষ স্থান থকা তথা নগাওঁ লোকসভা সমষ্টিৰ পৰা ৪ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৭, ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত 2592/18 ৰ নম্বৰত গোচৰ ৰুজু হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযোগকাৰী মহিলাগৰাকীৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। অভিযুক্ত মন্ত্ৰীজনকো অচিৰেই জেৰা চলোৱাৰ সম্ভাৱনা আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই ঘটনাৰ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে, য’ত এজন লোকে এগৰাকী মহিলাক বল প্ৰয়োগৰ চেষ্টা কৰা দেখা গৈছে। ফটোখনৰ এই লোকজন মন্ত্ৰী ৰাজেন গোহাঁই আৰু মহিলাগৰাকীক অভিযোগকাৰী মহিলাগৰাকী বুলি ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd