• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্দোলনকাৰী কৃষকক ‘গুণ্ডা’ আখ্যা; ক্ষমা বিচাৰিলে কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2021 1:13 pm
WhatsApp Image 2021-07-23 at 12.46.53 PM

বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখি।

276
VIEWS
Share on FacebookShare on Twitter

নিজৰ দাবীত অটল আন্দোলনৰত কৃষকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিতৰ্কৰ মাজত সোমাই পৰিল বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখি।

তেওঁ কয়,’’এওঁলোক কৃষক নহয়, গুণ্ডা। ২৬ জানুৱাৰীত তেওঁলোকে লজ্জাজনক তথা অপৰাধমূলক কাম কৰিছিল। বিৰোধীসকলে এই কামত ইন্ধন যোগাইছিল।‘’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক লৈ ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। কৃষক সংগঠনসমূহেও উভতি ধৰে বিজেপি নেত্ৰীগৰাকীক।

ইয়াৰ পাছতে মীনাক্ষী লেখিয়ে দাবী কৰে যে তেওঁ মন্তব্যক বিকৃত ৰূপত তুলি ধৰা হৈছে। অৱশ্যে কোনোৱে যদি তেওঁৰ মন্তব্যত আঘাত পাইছে তাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰি সেই মন্তৱ্য প্ৰত্যাহাৰ কৰাৰ কথা জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে এখন সংবাদমেলত কেন্দ্ৰীয় বৈদেশইক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী মীনাক্ষী লেখিয়ে কৈছিল,’’যন্তৰ-মন্তৰত বহাৰ সময় নাই কৃষকসকলৰ। তেওঁলোকে পথাৰত কাম কৰিছে। এই প্ৰতিবাদৰ আঁৰত দালালসকল আছে। তেওঁলোকে কৃষকসকলৰ লাভ হোৱা নিবিচাৰে।‘’

আনহাতে, ‘গুম্ডা’ মন্তব্যৰ সম্পৰ্কত পাছত লেখিয়ে দাবী কৰে যে ২৬জানুৱাৰীক লৈ কৰা এটা নিৰ্দিষ্ট প্ৰশ্নৰ সন্দৰ্ভতহে তেওঁ এই মন্তৱ্য কৰিছিল। তেওঁৰ মন্তৱ্য বিকৃত কৰি উপস্থাপন কৰা হৈছে।

মীনাক্ষী লেখিৰ এই মন্তৱ্যক লৈ বিতৰ্কৰ অন্ত পৰা নাই। পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে এই মন্তৱ্যক নিন্দা কৰি কয়,’’চৰকাৰে সকলো ক্ষেত্ৰতে কণ্ঠৰোধৰ চেষ্টা কৰিছে, তথাপি কৃষকসকলৰ মনোবল ভাঙিব পৰা নাই।‘’

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd