• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় পৰিষদৰ নিৰ্বাচনৰ সময়তে উত্তপ্ত বাংলাদেশ, নিহত ২৮ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 8:06 pm
Union Parishad polls violence in Bangladesh leaves at least 28 dead
203
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাংলাদেশ। সমগ্ৰ দেশতে হিংসাত্মক ঘটনাত এতিয়ালৈকে কমেও ২৮ জন নিহত হৈছে। আহত হৈছে অসংখ্য লোক।

বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ত ৮৩৫ খন ইউনিয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। পুৱা ৮ বজাৰ পৰা আবেলি প্ৰায় ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে সমগ্ৰ দেশৰে কেইবাটাও অঞ্চলত হিংসাই গা কৰি উঠে। হিংসাত্মক পৰিস্থিতিৰ দমনৰ বাবে প্ৰশাসনে কঠোৰ পদক্ষেপ লৈছে যদিও নিৰ্বাচকেন্দ্ৰিক হিংসা সম্পূৰ্ণৰূপে বন্ধ কৰাত বিফল হৈছে।

ৰাজধানী ঢাকাৰ পৰা ৫৮ কিলোমিটাৰ দূৰত্বৰ নৰসিংদি জিলাত বৃহস্পতিবাৰে তিনিজন লোকক গুলীয়াই হত্যা কৰা হয়। নৰসিংদিত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত হোৱা হিংসাত্মক ঘটনাত সাতজন লোকে প্ৰাণ হেৰুৱাইছে। বনগাড়ী ইউনিয়নত বিৰোধীৰ আক্ৰমণত তিনিজন লোক নিহত হয়।

আনহাতে কক্সবজাৰ সদৰ উপজিলাৰ খুৰ্শকুল ইউনিয়নৰ ১নং ৱাৰ্ডৰ তেতয়া চৰকাৰী প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত দুজন প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘৰ্ষত এজন লোক নিহত হয়।

আৰক্ষীয়ে কৈছিল যে এই সময়ছোৱাত দুয়োপক্ষৰ মাজত সংঘৰ্ষত কমেও ১০ জন লোক আহত হৈছিল।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd