• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহুনাচত অনন্য কৃতিত্ব , উজলিল অভিলাষা শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2023 5:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ জিলাৰ তাতিবাহাৰস্থিত দেৰগঞা গাঁৱৰ কণমানি নৃত্যশিল্পী অভিলাষা শইকীয়া (গুণগুণ) জিলিকি উঠিছে তেওঁৰ অনন্য নৃত্য প্ৰতিভাৰে। ধলপুৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত নবছৰীয়া অভিলাষাই বিগত ব’হাগৰ বিহু প্ৰতিযোগিতাসমূহৰ ‘মৌ-বিহুৱতী’ শিতানৰ লগতে বিভিন্ন মঞ্চত এককভাৱে দুকুৰিৰ অধিক খিতাপ অৰ্জন কৰি অঞ্চলবাসীৰ আশীষ আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

প্ৰচুৰ সম্ভাৱনা তথা প্ৰতিভাসম্পন্ন কণমানি গৰাকীৰ স্থান লাভৰ ঈৰ্ষনীয় তালিকাখন ক্ৰমে জ্ঞানোদয় কৃষ্টি বিকাশ কেন্দ্ৰ বিছাবৰি ব’হাগ বিহু সন্মিলন, তাতিবাহাৰ সন্মিলিত যুৱ সমাজৰ ব’হাগ বিহু সন্মিলন, জিজ্ঞাসা যুৱমঞ্চ কাছমাৰিৰ ব’হাগ বিহু সন্মিলনত প্ৰথম স্থান, দেৰগঞা, পূব ডিক্ৰং বিহপুৰীয়া, কলাবাৰীৰ দ’লগুৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ১নং বৰপথাৰত দ্বিতীয় স্থান আৰু ভোগপুৰ, পিছলা, চৰাইদলনী ব’হাগী বিহু সন্মিলনত  তৃতীয় স্থান।

Apply Now

সমান্তৰালভাৱে জ্ঞানজ্যোতি যুৱসংঘ চৰাইদলনী, মেগা এক্সপ’ নাৰায়ণপুৰ আৰু অল আসাম চিংগিংষ্টাৰ-২০২৩ বৰ্ষত সৃষ্টিশীল আধুনিক নৃত্য শিতানত তেওঁ লাভ কৰিছে প্ৰথম স্থান। তদুপৰি ভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত স্থান প্ৰাপ্ত অভিলাষা শইকীয়াই আসাম টকচ্‌ চেনেলে অহা জুলাই মাহত অনুষ্ঠিত কৰিবলগীয়া মাল্টিটেলেণ্ট টিভি ৰিয়েলিটি শ্ব’ৰ ‘আসাম টেলেণ্ট হাণ্ট চিজন-১’ৰ বাবে নিৰ্বাচিত হৈছে।

নাৰায়ণপুৰস্থিত ইমন সংগীত বিদ্যালয়ত সৃষ্টিশীল নৃত্যৰ লগতে অভিলাষাই সত্ৰীয়া, বিহুনাচ আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ব্যক্তিগত প্ৰশিক্ষক ৰঞ্জন শইকীয়াৰ পৰা।

উল্লেখ্য নৃত্যাভিলাষী-সফল সৌন্দৰ্য প্ৰতিযোগী আৰু মেধাৱী ছাত্ৰী অভিলাষা ধলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ সহ:শিক্ষক পুলিন শইকীয়া আৰু মাতৃ ঊষামণি বৰুৱা শইকীয়াৰ দ্বিতীয় কন্যা। নিজৰ চেষ্টা-একাগ্ৰতাৰ ফলত সফল হোৱা তথা পিতৃ-মাতৃৰ তত্ত্বাৱধানেৰে চৰকাৰী বিদ্যালয়ৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰা অভিলাষা শইকীয়াৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে বিদ্বৎ মহলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd