• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ মাজতে এইবাৰ ‘মাংকিপক্স’ৰ আতংক! ইংলেণ্ডত দেখা গৈছে নতুন ভাইৰাছৰ সংক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2021 10:18 am
monkeypox uk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতেই ইংলেণ্ডত নতুনকৈ আতংকৰসৃষ্টি কৰিছে ‘মাংকিপক্স’য়ে। দেশখনৰ উত্তৰ ৱেলছত দুজন লোকৰ শৰীৰত ধৰা পৰিছে এই ভাইৰাছৰ সংক্ৰমণ।

সংক্ৰমিত লোক দুজনক হাস্পাতলত ভৰ্তি কৰা হৈছে। দেশখনৰ স্বাস্থ্য সচিব মেট হেনককে এই তথ্য সদৰী কৰিছে।

Apply Now

আনহাতে চৰকাৰৰ স্বাস্থ্য বিষয়ক পৰামৰ্শদাতা ৰিচাৰ্ড ফাৰ্থে সংসদক জনাইছে যে আৰু কোনোবা সংক্ৰমিত হৈছে নেকি সেয়া পৰ্যবেক্ষণ কৰি থকা হৈছে।

এই মাংকিপক্সনো কি? ২০১৭চনত নাইজেৰিয়াত প্ৰথম ধৰা পৰিছিল মাংকিপক্সৰ সংক্ৰমণ। প্ৰাণীৰ পৰাই এই ভাইৰাছৰ সংক্ৰমণ ঘটে।

সৰু বসন্ত (স্মলপক্স) যি প্ৰজাতিৰ ভাইৰাছ, মাংকিপক্সো সেই একেই প্ৰজাতিৰেই। অৱশ্যে, সৰু বসন্ততকৈ ইয়াৰ সংক্ৰমণৰ পৰিমান কম।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যন (চিডিচি)য়ে জানিবলৈ দিছে যে এই ভাইৰাছৰ সংক্ৰমণ ঘটাৰ ১২দিন পাছৰ মূৰৰ বিষ. পেশীৰ বিষ তথা ক্লান্তিৰ ভাৱ দেখা দিয়ে।

আক্ৰান্ত হোৱাৰ ৩দিন পাছৰ পৰা শৰীৰত গুটি গুটি দেখা দিয়াৰ লগতে সামান্য জ্বৰ হয়। সেই গুটি গুটিবোৰ লাহে লাহে গোটেই শৰীৰতে বিয়পি পৰে। খজুৱতিও হয়। দুইৰ পৰা চাৰি সপ্তাহলৈ ক্লান্তিৰ ভাৱ থাকে।

কেৰ্কেটুৱা আৰু দুটা প্ৰজাতিৰ এন্দুৰক এই ভাইৰাছৰ বাহক বুলি কোৱা হৈছে।

‘চিডিচি’য়ে জানিবলৈ দিয়া মতে এই ৰোগৰ কোনো বিশেষ দৰৱ নাই। কিন্তু ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ সৰু বসন্তৰ ভেকচিন ছিডোফ’ভিৰ, এছটি-২৪৬ তথা ভেকচিনিয়া গ্ল’বিউলিন ব্যৱহাৰ কৰিব পৰা যাব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm
দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd