DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াকে ধৰি ২২ টা ভাষাত অনুবাদ কৰি প্ৰকাশ কৰা হ’ব বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যপুথি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2019 10:42 am
383229-ramesh-pokhariyaall

ৰমেশ পোখৰিয়াল নিশাংক। ফাইল ফটো

634
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যপুথি অসমীয়াকে ধৰি ২২ টা ভাষাত অনুবাদ কৰি প্ৰকাশ কৰা হ’ব। সোমবাৰে লোকসভাত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰীয়ে এই কথা সদৰী কৰে।

লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে এই তথ্য সদৰী কৰে।

‘’বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যপুথি ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত সংবিধানৰ অষ্টম সূচীৰ অধীনৰ ২২ টা ভাষাত অনুবাদ কৰি প্ৰকাশ কৰা হ’ব,’’-মন্ত্ৰী নিশাংকে কয়।

দেশৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত আঞ্চলিক ভাষাক প্ৰম’ট কৰা পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি, নিশাংকে কয় যে কমিশ্যন ফৰ ছায়েন্টিফিক এণ্ড টেকনিকেল টাৰমিন’লজি (চি এছ টি টি)য়ে আঞ্চলিক ভাষাত বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যপুথি প্ৰকাশ বাবে প্ৰকাশনৰ অনুদান আগবঢ়াইছে।

ইতিমধ্যে অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কানাড়া, মালয়ালম, মাৰাঠী, উৰিয়া, পাঞ্জাবী, তামিল আৰু তেলেগুকে ধৰি ১১টা ভাৰতীয় ভাষাত কিতাপ প্ৰকাশ কৰা হৈছে বুলিও মন্ত্ৰী নিশাংকে জানিবলৈ দিয়ে।

‘’দ্য নেশ্যনেল ট্ৰেন্সলেশ্যন মিশ্যন (এন টি এম)য়ে মাইশোৰৰ চেন্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজেছ (চি আই আই এল)ৰ জৰিয়তে সেয়া ৰূপায়ন কৰা হৈছে। ইয়াৰ অধীনত বেছিভাগেই বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে অনুমোদিত বিভিন্ন বিষয়ৰ জ্ঞানদায়ী পাঠ্যপুথি ভাষাসমূহলৈ অনুবাদ কৰা হৈছে,’’- মন্ত্ৰী পোখৰিয়ালে কয়।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd