• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাল খৱৰ: তৈয়াৰ হৈছে কৰ’নাৰ ভেকচিন; ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দিব শক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 3:51 pm
university-of-pittsburgh new
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ ভেকচিন (টীকা)ক লৈ সমগ্ৰ বিশ্বতে গৱেষণা চলি আছে। বেলেগ বেলেগ দেশে তেওঁলোকৰ দেশসমূহত ভেকচিন তৈয়াৰ কৰি থকাৰ দাবী কৰিছে।

ইয়াৰ মাজতে আমেৰিকাৰ বিজ্ঞানীয়ে দাবী কৰিছে যে তেওঁলোকৰ ভেকচিনে এনে পৰ্যায়ত উপনীত হৈছে যাৰ দ্বাৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ শক্তিশালীভাৱে প্ৰতিৰোধ কৰিব পৰা যাব।

Apply Now

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছ মহামাৰীয়ে এতিয়ালৈকে ৫০ হাজাৰতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱাৰ লগতে ১০ লাখতকৈয়ো অধিক লোকক আক্ৰান্ত কৰিছে।

য়ুনিভাৰ্ছিটি অফ পিটছ্বাৰ্গ স্কুল অফ মেডিচিনৰ বিজ্ঞানীসকলে দাবী কৰিছে যে তেওঁলোকে বাকী দেশৰ তুলনাত কম সময়তে COVID-19 কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

য়ুনিভাৰ্ছিটিখনৰ বিজ্ঞানীসকলে যি ভেকচিন তৈয়াৰ কৰিছে তাৰ বাবে তেওঁলোকে ছাৰ্ছ (SARS) আৰু মাৰ্ছ (MERS)ক আধাৰ হিচাপে লৈছে।

পিটছ্বাৰ্গ স্কুল অফ মেডিচিনৰ সহযোগী অধ্যাপক আন্দ্ৰিয়া গমবোট্টোই জানিবলৈ দিয়া মতে ছাৰ্ছ আৰু মাৰ্ছৰ ভাইৰাছ নতুন কৰ’না ভাইৰাছ অৰ্থাৎ COVID-19ৰ সৈতে বহুখিনি মিলে। ইয়াৰ দ্বাৰা বুজিব পৰা গৈছে যে তিনিওটাৰে স্পাইক প্ৰ’টিন (ভাইৰাছৰ বাহিৰৰ তৰপ) ভেদ কৰাটো বহুত প্ৰয়োজনীয় যাতে এই ভাইৰাছৰ পৰা মানুহে মুক্তি পায়।

অধ্যাপক আন্দ্ৰিয়াই কয় যে আমি ভাইৰাছটো কেনেকৈ মাৰিব লাগে, ইয়াক কেনেকৈ পৰাজিত কৰিব লাগে সেয়া বিচাৰি পাইছো। আমি আমাৰ বেকচিনটো নিগনিৰ ওপৰত প্ৰয়োগ কৰি চাইছো। ইয়াৰ ফলাফল বহুত ইতিবাচক।

অধ্যাপকগৰাকীয়ে কয় যে এই ভেকচিনৰ নাম আমি পিটগোৱেক(PittGoVacc) ৰাখিছো। ভেকচিনটোৰ প্ৰয়োগৰ ফলত নিগনিৰ শৰীৰত এনেকুৱা এন্টিবডিজ উৎপন্ন হয় যি কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাত সক্ষম।

অধ্যাপক গমবোট্টোই জানিবলৈ দিয়ে যে COVID-19 কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ যিমান এন্টিবডিজৰ শৰীৰত প্ৰয়োজন হয়, সিমান পিটগোৱেক ভেকচিনে পূৰণ কৰিব পাৰে। অতি শীঘ্ৰে ইয়াক মানুহৰ শৰীৰত পৰীক্ষা কৰি চোৱা হ’ব।

পিটছ্বাৰ্গ স্কুল অফ মেডিচিনৰ দলটোৱে অহা কেইমাহৰ ভিতৰতে এই বেকচিন মানুহৰ শৰীৰত পৰীক্ষা কৰা আৰম্ভ কৰিব।

দলটোৱে জানিবলৈ দিয়ে যে তেওঁলোকে যোৱা বছৰ মাৰ্ছ(NERS) ভাইৰাছৰ বাবে বনোৱা ভেকচিন বহুত সফল হৈছিল।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd