• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 10, 2022 6:05 pm
216
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ কেইখন মান ফটোৱে এতিয়া জীৱন তিক্ততাৰে ভৰাই তুলিছে কলকাতাৰ এগৰাকী অধ্যাপিকাৰ।
কলকাতাৰ ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয় এগৰাকী অধ্যাপিকাই বিকিনি পিন্ধি ইনষ্টাগ্ৰামত কেইখনমান ফটো পোষ্ট কৰিছিল। এই অপৰাধতে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে। বিকিনি পিন্ধা ছবি পোষ্ট কৰাৰ বাবে আনকি অধ্যাপকগৰাকীক বিশ্ববিদ্যালয়খনে ৯৯ কোটি টকাৰ জৰিমনাও বিহিছে।

ফলত দিশহাৰ হৈ পৰিছে চাকৰি হেৰুওৱা অধ্যাপিকাগৰাকী। সেয়ে শেষ উপায় হিচাবে অধ্যাপিকাগৰাকীয়েআইনী যুঁজ চলোৱাৰ কথা ভাবিছে। জানিব পৰা মতে তেওঁ বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব।
উল্লেখ্য ২০২১ চনৰ অক্টোবৰ মাহত এজন শিক্ষাৰ্থীয়ে অধ্যাপকজনৰ এখন আলোকচিত্ৰ ইনষ্টাগ্ৰামত দেখিছিল।

তাৰ পিছত ছাত্ৰজনৰ দেউতাকৰ অভিযোগৰ ভিত্তিত অধ্যাপিকাগৰাকীক মাতি পঠোৱা হৈছিল। বিকিনি পিন্ধি তেওঁ কিয় ছবিখন পোষ্ট কৰিছিল সেই বিষয়ত বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই তেওঁক জবাবদিহি কৰিছিল। কলকাতাৰ ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয়ত যোগদান কৰাৰ আগতেই অধ্যাপিকাগৰাকীয়ে ছবিবোৰ ইনষ্টা ষ্টৰীত পোষ্ট কৰিছিল। সেই ছবিবোৰ কেৱল ২৪ ঘণ্টাৰ বাবেহে দেখা গৈছিল। তাৰোপৰি, তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো ‘ব্যক্তিগত’, অৰ্থাৎ তেওঁ নিবিচাৰিলে কোনেও তেওঁৰ ছবি চাব নোৱাৰে।

অধ্যাপিকাগৰাকীয়ে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই সকলো কথাই কৈছঠিল তথাপি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ কথা শুনিবলৈ ইচ্ছুক নাছিল। অধ্যাপিকা গৰাকীয়ে ক্ষমা বিচাৰিবলৈ আৰু চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। অধ্যাপিকাগৰাকীয়ে বিগত বৰ্ষৰ অক্টোবৰত চাকৰি এৰি দিছিল। দৰাচলতে, তেওঁ ছেইণ্ট জেভিয়াৰৰ এগৰাকী প্ৰাক্তন ছাত্ৰীও আছিল। তেওঁ কয় যে এই বছৰৰ মাৰ্চ মাহত বিশ্ববিদ্যালয়খনে তেওঁলৈ পুনৰ জাননী প্ৰেৰণ কৰে। বিশ্ববিদ্যালয়খনক অপমান কৰাৰ বাবে ক্ষতিপূৰণ হিচাপে তেওঁ ৯৯ কোটি টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব বুলি জাননী খনত কোৱা হৈছে।

চাকৰি হেৰুওৱাৰ পিছত তেওঁ ঘৰৰ খৰচ উলিয়াবলৈ কৰিবলৈ সংগ্ৰাম কৰি আছে। ৰুগীয়া পিতৃ-মাতৃৰ চিকিৎসাও বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিত ন্যা বিচাৰি আদালতৰ দ্বাৰস্থ হোৱাৰ বিকল্প নাই বুলি অধ্যাপিকাগৰাকীয়ে কৈছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd