DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আনলক গুৱাহাটী: কিদৰে খোল খাব মহানগৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 16, 2020 8:50 pm
Unlock 1: Here's how Guwahati will open up
49.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত চলিত লকডাউনৰ পিছতে আৰম্ভ হ’ব আনলক-১, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে।

“একেবাৰে লকডাউন নাইকিয়া হৈ নাযায়, আনলক-১ আৰম্ভ হ’ব। পৰ্যায়ক্ৰমে খুলি দিয়া হ’ব, সকলো একেলগে খুলি দিয়া নহয়। আজি স্বাস্থ্য বিভাগে তেওঁলোকৰ মতামত কামৰূপ মহানগৰ জিলা প্ৰশাসনক জনাব,” গুৱাহাটীত সংবাদমেলযোগে মন্ত্ৰী শৰ্মাই জনায়।

স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ মাজত শুকুৰবাৰে এই সম্পৰ্কত এক আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

গুৱাহাটীত আনলক-১ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই লগতে কয়, “সকলো দোকানৰ মালিক-কৰ্মচাৰীৰ লগতে চৰকাৰী আৰু বেচৰকাৰী সকলো কৰ্মচাৰীয়ে ক’ভিড টেষ্ট কৰাব লাগিব।”

এক সূত্ৰমতে, সকলো দোকান একেবাৰে নহ’লেও শতাংশ হিচাপত খুলিবলৈ অনুমতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

ঠিক সেইদৰে, ব্যক্তিগত প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় ন্যূনতম বিষয়া-কৰ্মচাৰীৰ উপস্থিতিৰে খোলাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোত প্ৰকাশ পাইছে।

অৱশ্যে, সূত্ৰটোৱে জনোৱা মতে জিম, চিনেমা হল, শ্বপিং মল, বিউটি পাৰ্লাৰ, শিক্ষা প্ৰতিষ্ঠান আদি বন্ধ থাকিব।

ইয়াৰোপৰি, আনলক-১ত ৫০ শতাংশ যাত্রীৰে যাত্ৰীবাহী বাহনসমূহ চলাচল কৰিবলৈ দিয়াৰ সম্ভাৱনা আছে।

পৰ্যায়ক্ৰমে ধৰ্মীয় অনুষ্ঠানসমূহো মুকলি কৰা হ’ব যদিও সামাজিক দূৰত্বৰ ওপৰত পৰিচালনা কমিটিয়ে গুৰুত্ব আৰোপ কৰিব লাগিব।

গুৱাহাটীত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধাৰ বাবে প্ৰথম পৰ্য্যায়ত ১৪ আৰু দ্বিতীয় পৰ্যায়ত সাত দিনৰ লকডাউন ঘোষণা কৰা হৈছিল।

দ্বিতীয় পৰ্য্যায়ৰ লকডাউনত গেলামালৰ দোকান খোলাৰ অনুমতি দিয়াৰ লগতে ঘৰে ঘৰে গৈ শাক পাচলি, ফলমূল আৰু মাছ-মাংস বিক্ৰীৰ অনুমতি দিয়া হৈছিল।

Tags: COVID-19

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd