DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ অশান্ত হংকং : গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত ক’ৰ’নাতংকৰ মাজতে প্ৰতিবাদী মিছিল আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2020 8:50 pm
index.jpgmnm

প্ৰতিনিধিত্বমূলক ফ'টো, উৎস- ইন্টাৰনেট

328
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ মাজতে গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ দাবীত প্ৰতিবাদত মুখৰ হৈ উঠিছে হংকং।

চীনৰ প্ৰস্তাৱিত নিৰাপত্তা আইনৰ প্ৰতিবাদত দেওবাৰে কাউলুন চহৰৰ জৰডানৰ পৰা মংকক পৰ্যন্ত মৌন সমদলত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে।

শান্তিপূৰ্ণ প্ৰতিবাদী মিছিলৰ মাজতো ৫৩ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে চীন আৰক্ষীয়ে।

উল্লেখ্য যে প্ৰতিবাদী মিছিলক ব্যৰ্থ কৰাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছিল চীন আৰক্ষীয়ে।

দীৰ্ঘদিন ব্ৰিটিছৰ অধীনত থকা হংকঙৰ নাগৰিকসকলৰ গণতান্ত্ৰিক অধিকাৰক চীনৰ কমিউনিষ্ট পাৰ্টিয়ে বেছ কিছুদিন ধৰি খৰ্ব কৰি আহিছে।

চীনৰ মূল ভুখণ্ডৰ নাগৰিকৰ দৰে চীনৰ কাঢ়া শাসন আৰু নজৰত দিন অতিবাহিত কৰিবলগীয়া হৈছে হংকঙৰ নাগৰিকসকলে।

চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত যোৱা বছৰৰ পৰা হংকংঙৰ লক্ষ্য লক্ষ্য লোকে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে।

ইফালে সন্ত্ৰাস দমৰ নামত প্ৰতিবাদকাৰী ওপৰত অমানুষিক অত্যাচাৰ কৰাৰ লগতে মানৱ অধিকাৰ খৰ্ব কৰি আহিছে চীনে।

মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনকে আদি কৰি বহু ৰাষ্ট্ৰই চীনৰ এই দমন আৰু আগ্ৰাসক বিৰোধিতা কৰি আহিছে।

আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হংকঙত চীনে নতুন আইন প্ৰৱৰ্তন কৰিলে চীনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকিও প্ৰদান কৰিছে।

কিন্তু ইয়ালৈ ভ্ৰক্ষেপ নকৰি হংকঙত চীনে চলিত মাহতে প্ৰস্তাৱিত আইনখন গৃহীত কৰিবলৈ উঠি পৰি লাগিছে।

এই সন্দৰ্ভত দেওবাৰে চীন নেশ্যনেল পিপ’লছ কংগ্ৰেছৰ ষ্টেণ্ডিং কমিটিএ বিলখনৰ সংক্ৰান্তত এক আলোচনা কৰা বুলি চীনৰ চৰকাৰী সংবাদ পত্ৰ জিনহুৱা-এ প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে হংকঙত ক’ৰ’নাতংকৰ মাজতে পুনৰ প্ৰতিবাদ আৰম্ভ হৈছে।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd