DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

প্ৰধানমন্ত্ৰীৰ ‘উপযোগী’ যোগীক ‘অনুপযোগী’ আখ্যা অখিলেশ যাদৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2021 5:29 pm
Yogi Adityanath
143
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ‘উপযোগী’ আখ্যা দিয়াৰ পিছতে এই অলংকৰণক উপহাস কৰি “অনুপযোগী” বুলি কটাক্ষ কৰিছে যোগী আদিত্যনাথে।

যাদৱে কয়, “অনুপযোগী” চৰকাৰৰ পৰা একো আশা কৰিব নোৱাৰি। বিজেপিয়ে কেৱল ‘হোৱাটছএপ বিশ্ববিদ্যালয়’ চলাব পাৰে।”

আন এটা মন্তব্যত তেওঁ লগতে কয়, ‘উত্তৰ প্ৰদেশত বিদ্যুতৰ বিল বৃদ্ধি কৰা জন কোন? এয়া যোগী নহয়, ই “অনুপযোগী”। প্ৰধানমন্ত্ৰীয়ে গংগাত ডুব দিছিল, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এই কাম নকৰিলে কাৰণ তেওঁ জানে যে গঙ্গাত সকলো লেতেৰা আৰু নলাৰ পানী মিহলি হৈ আছে।”

এটা টুইটত অখিলেশে কয়, “হাথৰাছৰ কন্যা, গোৰখপুৰৰ ব্যৱসায়ী, লখিমপুৰৰ কৃষক, অসুৰক্ষিত অনুভৱ কৰা মহিলা, নিবনুৱা যুৱক, দলিত আৰু পিছপৰা শ্ৰেণীৰ মানুহে উত্তৰ প্ৰদেশৰ বাবে কৈছে, বৰ্তমানৰ চৰকাৰ উপযোগী নহয়, ই ‘অনুপযোগী’।” উত্তৰ প্ৰদেশে এতিয়া বিজেপি নিবিচাৰে বুলি তেওঁ লগতে উল্লেখ কৰে।

আনহাতে শাসনাধিষ্ঠ চৰকাৰে বৈষম্যমূলক ভাৱে কাম কৰি আছে বুলি উল্লেখ কৰি যাদৱে লখিমপুৰ খেৰী হত্যাকাণ্ডৰ কথা উল্লেখ কৰে। তেওঁ লখিমপুৰ খেৰী কাণ্ডক ব্ৰিটিছ উপনিৱেশিক কালৰ জালিৱানাবাগৰ হত্যাকাণ্ডৰ লগত তুলনা কৰে।

উল্লেখ্য যে কালি ছাহজানপুৰৰ এখন ৰাজহুৱা সভাত মোডীয়ে মাফিয়াক আঁতৰ কৰা আৰু ৰাজ্যখনত উন্নয়নমূলক কাম কৰাৰ বাবে আদিত্যনাথক প্ৰশংসা কৰিবলৈ “ইউপি প্লাছ যোগী বহুত হে উপযোগী” এটা নতুন শ্ল’গান আওৰাইছিল। এই শ্ল’গানকে কটাক্ষ কৰি অখিলেশ যাদৱে উত্তৰ প্ৰদেশ চৰকাৰক এনেদৰে সমালোচনা কৰে।

Recent News

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd