DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 6:51 pm
Dowry
88
VIEWS
Share on FacebookShare on Twitter

দেশত প্ৰচলিত যৌতুক প্ৰথাই মহিলাৰ ওপৰত নমাই অনা ভয়াৱহ শাৰিৰীক আৰু মানসিক উৎপীড়নৰ খবৰে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। ভাৰতীয় ন্যায় ব্যৱস্থাত যৌতুকক এক আইনী অপৰাধ হিচাপে গণ্য কৰিলেও দেশৰ সমাজ ব্যৱস্থাত এতিয়াও বৰ্তি আছে এই কু-প্ৰথা।

যৌতুক প্ৰথাই ভাৰতীয় সমাজৰ নাৰী সকললৈ নমাই অনা দুৰ্বিসহ যাতনাৰ সময়তে উত্তৰ প্ৰদেশৰ এখন আদালতে এনে এক গোচৰৰ ক্ষেত্ৰত শেহতীয়াকৈ প্ৰদান কৰা এক ৰায়ে বিশেষ নিদৰ্শন দাঙি ধৰিছে।

মঙলবাৰে উত্তৰ প্ৰদেশৰ বান্দাৰ আদালতে যৌতুকৰ দাবীৰে পত্নীক হত্যা কৰাৰ অপৰাধত হত্যাকাৰী স্বামীক ১৪ বছৰৰ কাৰাদণ্ডৰে শাস্তিৰে দণ্ডিত কৰিছে।

আদালতে লগতে দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকীৰ ওপৰত ৫,০০০ টকাৰ জৰিমনাও আৰোপ কৰে। এই জৰিমনা আদায় নকৰিলে দোষীয়ে তিনি মাহৰ অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে আদেশত উল্লেখ কৰিছে।

উল্লেখ্য যে, যোৱা ২০১৫ চনৰ ২ জুলাইত সন্দীপ চাহুৰ পত্নী কিৰণ চাহুৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ পিতৃয়ে সন্দীপ চাহু আৰু সন্দীপৰ পৰিয়ালৰ আন পাঁচ সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে আদালতত দাখিল কৰা অভিযোগনামাত হত্যাৰ বলি হোৱা কিৰণ চাহুৰ স্বামী সন্দীপ চাহুক মুখ্য অভিযুক্ত হিচাপে উল্লেখ কৰাৰ বিপৰীতে আন পাঁচগৰাকী ব্যক্তিৰ নাম গোচৰৰ পৰা আঁতৰাই দিয়ে।

কালি উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি অতিৰিক্ত জিলা আৰু চেচন ন্যায়াধীশ গুণেন্দ্ৰ প্ৰকাশে সন্দীপক দোষী সাব্যস্ত কৰি ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকা জৰিমনা আৰোপ কৰে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd