• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উচ্চ বৰ্ণৰ যুৱতীৰে সম্পৰ্ক থকাৰ সন্দেহ : দলিত যুৱকক বৰ্বৰভাৱে আক্ৰমণ; ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2021 8:57 pm

1 min read

arrest-generic_650x400_71463458726
1.4k
VIEWS
Share on FacebookShare on Twitter

উচ্চ বৰ্ণৰ যুৱতীৰে সম্পৰ্ক থকাৰ সন্দেহত এগৰাকী ২২ বছৰীয়া দলিত যুৱকক বৰ্বৰভাৱে আক্ৰমণ কৰিছে উচ্চ বৰ্ণৰ লোকে।

এই অমানৱীয় কাণ্ডটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ টিক’নীয়া নামৰ ঠাইত।

শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উচ্চ বৰ্ণৰ চাৰিগৰাকী লোকে উচ্চ বৰ্ণৰে এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহত দলিত যুৱকগৰাকীক বৰ্বৰভাৱে আক্ৰমণ কৰে।

ইতিমধ্যে পীড়িত দলিত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

টিক’নীয়া আৰক্ষী বিষয়া জ্ঞান প্ৰকাশ তিৱাৰীয়ে প্ৰকাশ কৰা অনুসৰি পীড়িত দলিত যুৱকগৰাকীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত চাৰি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

“পীড়িতৰ ভাতৃৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৩, ৫০৬ আৰু এছচি/এছটি(প্ৰিভেনশ্যন অৱ এট্ৰ’কিটিছ)ৰ অধীনত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” আৰক্ষী বিষয়া তিৱাৰীয়ে কয়।

অভিযুক্ত কেইগৰাকী ব্ৰমহাদ্দীন আৰু তেওঁ তিনি পুত্ৰ ক্ৰমে ভৰত, গজৰাজ, আৰু ৰাজু বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

Recent News

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd