DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আৱৰ্ত ভৱনতে কামুৰিলে এন্দুৰে; হাস্পাতালত ভৰ্তি উত্তৰ প্ৰদেশৰ মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2022 10:15 am
আৱৰ্ত ভৱনতে কামুৰিলে এন্দুৰে; হাস্পাতালত ভৰ্তি উত্তৰ প্ৰদেশৰ মন্ত্ৰী
116
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত জিলাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ গৈ এন্দুৰৰ কামোৰ খাব লগা হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে। ৰাজ্যৰ অৱস্থা চাবলৈ গৈ নিজৰ এনে অভিজ্ঞতাৰ কথা সপোনতো ভাৱিব পৰা নাছিল মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদবে।

বাতৰি অনুসৰি, ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীগৰাকীক মাওৱাই বাইপাছৰ কাষত থকা আৱৰ্ত ভৱনত এন্দুৰে কামুৰে। আৱৰ্ত ভৱনত শেষ নিশা তেওঁ হঠাতে কিবা এটাই হাতত কামোৰা বুলি গম পায়। লগে লগে তেওঁৰ জিলাৰ হাস্পাতাললৈ লৈ যোৱা হয়।

চিকিৎসকে জানিবলৈ দিয়া মতে পৰীক্ষা কৰি তেওঁৰ সোঁহাতত এন্দুৰ জাতীয় কিবা প্ৰাণীয়ে কামোৰা দাগ দেখা পায়। আৱৰ্ত ভৱনটো জংঘলৰ কাষত থকা বাবে মন্ত্ৰীগৰাকীয়ে কোনো বিষাক্ত পোকে কামোৰা বুলি শংকিত হৈ পৰিছিল যদিও তেওঁ বিপদমুক্ত বুলি কোৱা হৈছে।

লগতে পঢ়ক: ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ কৰাৰ শপত বিজেপি বিধায়কৰ; ক’লে কি ত্যাগৰ কথা?

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰীগৰাকীয়ে বান্দা ভ্ৰমণলৈ গৈছিল। তৃণমূল পৰ্যায়ত চৰকাৰী কামকাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে যাদৱ তালৈ গৈছিল। মুখ্যমন্ত্ৰী মন্ত্ৰীসকলক নিৰ্দেশ দিছিল যে কোনো মন্ত্ৰীয়ে জিলা ভ্ৰমণলৈ গ’লে কোনো কাৰণতে যাতে হোটেলত নাথাকে। চৰকাৰী কামত গৈ চৰকাৰী নিৱাস, আৱৰ্ত ভৱনতেই থাকিব লাগে। মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশ মানিবলৈ গৈয়েই এই বিপত্তিৰ সন্মুখীন হ’ল মন্ত্ৰী!   

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd