DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘বিলাহী খোৱা বন্ধ কৰক’, দাম হ্ৰাস কৰাৰ ক্ষিপ্ৰ সমাধান উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ! জনালে বিকল্পও

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 24, 2023 11:49 am
269
VIEWS
Share on FacebookShare on Twitter

বিলাহী খোৱা বন্ধ কৰিলেই দাম কমি যাব। উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ মন্ত্ৰী প্ৰতিভা শুক্লাই আকাশলংঘী বিলাহীৰ মূল্য হ্ৰাস কৰাৰ নিদান দিছে। তেওঁৰ মতে, যদি সকলোৱে বিলাহী সম্পূৰ্ণৰূপে বাদ দিয়ে, তেতিয়া স্বাভাৱিকভাৱে শাক-পাচলিৰ দাম কমি যাব। বৰঞ্চ বিলাহীৰ সলনি নেমু খাব পাৰি। ৰাজ্যখনৰ মন্ত্ৰীৰ এনে মন্তব্যই স্বাভাৱিকতে বিতৰ্কৰ সূচনা কৰিছে।

উত্তৰ প্ৰদেশৰ মহিলা উন্নয়ন ৰাজ্যিক মন্ত্ৰী প্ৰতিভাই দেওবাৰে এক বৃক্ষৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তাত তেওঁ আসাহি গাঁৱৰ নিউট্ৰিচন গাৰ্ডেনৰ কথা তুলি ধৰে। এই গাঁৱত মহিলাসকলে কিদৰে পুষ্টিকৰ শাক-পাচলি উৎপাদন কৰি আছে তাৰ উদাহৰণ তেওঁ দাঙি ধৰিলে। তাতেই বিলাহীৰ দামৰ বিষয়টো আহি পৰে। উত্তৰ প্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে এই সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে তাৰ ক্ষিপ্ৰ সমাধানো আগবঢ়ায়।

লগতে পঢ়ক: এসপ্তাহ নৌহওতেই ভাঙি পৰিল মোদীয়ে উদ্বোধন কৰা ‘বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ’ৰ ছাদ

তেওঁ কয়, “বিলাহীৰ দামটো সদায় বেছি, ইয়াত নতুন কি আছে? কিন্তু যদি সকলোৱে বিলাহী খোৱা বন্ধ কৰে তেন্তে বিলাহীৰ দাম নিজে নিজে কমি যাব। যিটো বস্তুৰ দাম বেছি, সকলোৱে মিলি সেইটো খোৱা বন্ধ কৰিলেই তাৰ দাম কমি যাব। এই ক্ষেত্ৰত বিলাহীৰ সলনি নেমু খাব পাৰি। আৰু তথাপি বিলাহী খাব বিচাৰিলে ঘৰতে খেতি কৰিব লাগিব।”

অৱশ্যে কেন্দ্রীয় চৰকাৰে বিলাহীৰ মূল্য হ্ৰাস কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে কয় যে বিলাহীকে ধৰি ২২টা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দামত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। বহু চহৰত বিলাহী অতি কম দামত বিক্ৰী কৰা হৈছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, পূৰ্বৰ তুলনাত বিলাহীৰ দাম বহু পৰিমাণে হ্ৰাস পাইছে।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd