DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নগৰ নিকায় নিৰ্বাচনৰ ফলাফল : যোগীৰাজ্যত বিজয়ৰ মুকুট পিন্ধিলে ভাৰতীয় জনতা পাৰ্টিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 6:10 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশ ৰাজ্যৰ ৭৬০ টা সমষ্টিৰ নগৰ নিকায় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা আঠ বজাৰ পৰা আৰম্ভ হৈছে।

৭৫খন জিলাৰ ৩৫৩টা কেন্দ্ৰত প্ৰায় ৩৫ হাজাৰ কৰ্মীয়ে ভোটগণনা কৰি আছে।

পুৱা ৯ বজাৰ পৰা সদস্যৰ ফলাফল ঘোষণা কৰা হয়।

উল্লেখ্য যে যোৱা ৪ মে’ আৰু ১১ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নগৰ নিকায় নিৰ্বাচনৰ ভোটগ্ৰহণ।

পৌৰ নিগমত ইভিএম আৰু নগৰ পঞ্চায়তত বেলট পেপাৰৰ জৰিয়তে ভোটদান কৰা হৈছিল।

জানিব পৰা মতে ৰাজ্যখনত ১৭টা মেয়ৰ পদত ভোটগণনা চলি আছে।

ইয়াৰে ১৫ টা পদত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে দুখন আসনত আগবাঢ়ি আছে বিএছপি।

Recent News

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd