DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

চাঞ্চল্য! শিক্ষকক গুলীবৰ্ষণ দুই কিশোৰৰ: ভিডিঅ’ যোগে নিজকে গেংষ্টাৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 4:58 pm
UP Teenagers Shoot Teacher
404
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। দুই কিশোৰে এগৰাকী শিক্ষকৰ ভৰিত গুলীয়াই নিজকে ‘গেংষ্টাৰ’ বুলি পৰিচয় দি ভিডিঅ’ ৰেকৰ্ডিং কৰে।

কেৱল সিমানেই নহয়, ভাইৰেল হৈ পৰা ভিডিঅ’টোত দুই কিশোৰে আনকি শিক্ষকগৰাকীক ৩৯ গুণ অধিক গুলীচালনা কৰাৰো ভাবুকি দিয়ে।

ভাইৰেল ভিডিঅ’টোত চাঞ্চল্যকৰভাৱে দুয়ো কিশোৰে ছমাহৰ পাছত ঘূৰি আহি শিক্ষকজনক পুনৰ গুলীয়াব বুলিও দাবী কৰিছে।

ভিডিঅ’টোত অভিযুক্ত কিশোৰ কেইজনে কয়, “মই ছমাহৰ পিছত উভতি আহিম। মই তেওঁক ৪০ বাৰ গুলীয়াব লাগিব, ৩৯ বাৰ বাকী আছে।”

ইফালে আহত শিক্ষকগৰাকীক সুমিত বুলি চিনাক্ত কৰা হৈছে। ভৰিত গুৰুতৰভাৱে আহত শিক্ষকগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত এই ঘটনাৰ বাবে দুয়ো কিশোৰকে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলিও আৰক্ষীয়ে লগতে জানিবলৈ দিছে।

Recent News

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd