• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছা কথাৰে প্ৰলোভনকাৰী বিজ্ঞাপনৰ বাবে হ’ব পাৰে ৫ বছৰ জেইল; ৫০ লাখ টকাৰ জৰিমনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 12:11 pm
images

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে টিভিৰ পৰ্দাত চকু থ’লেই দেখা পোৱা বা বাতৰিকাকত মেলিলেই দেখা কিছুমান চমক ভৰা অথচ সামঞ্জস্যহীন বিজ্ঞাপন চকুত পৰে।

কোনোবাটোত যদি এই তেলটো মূৰত ঘহিলেই চুলি গজে বুলি কৈছে, আন এটাত কোৱা হৈছে এই ক্ৰমীটো ঘহিলেই আপোনাৰ ক’লা ৰং বগা হৈ যাব।

Apply Now

আনকি যৌনশক্তি বৃদ্ধিৰ বাবে তথা দেহৰ ক্লান্তি নাশ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ঔষধৰ বিজ্ঞাপনো দেখা যায়।

তদুপৰি, সাম্প্ৰতিক সময়ত বিজ্ঞাপনৰ বজাৰত মধুমেহ, আৰ্থাৰাইটিছ, আনকি কেঞ্চাৰ আদিৰ দৰে ৰোগ নিৰাময়ত যাদুকৰী কাম কৰা দৰৱৰ বিজ্ঞাপনো সুলভ।

এইবোৰ পণ্য সামগ্ৰীৰ বিজ্ঞাপনৰ ওপৰত এইবাৰ কঠোৰ নিয়ন্ত্ৰণৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

এনেকুৱা প্ৰলোভিত কৰা, অবাস্তৱ বিজ্ঞাপনৰ চমকৰ জৰিয়তে চলোৱা ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ বাবে আইন সংশোধন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

পুৰণি আইনত শাস্তিৰ বিধান আছিল তেনেই নগন্য। কিন্তু এইবাৰ সেয়া সৰ্বাধিক ৫ বছৰৰ জেইল তথা ৫০ লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা কৰি বৃদ্ধি কৰিব বিচৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ১৯৫৪চনৰ দ্ৰাগছ এণ্ড মেজিক ৰিমেডিজ (অৱজেকশ্যনেব’ল এডভৰ্টেইজমেন্ট) আইন কঠোৰ কৰি তুলিবলৈ বৰ্তমান সংশোধনী খচৰা বিধেয়ক প্ৰস্তুত কৰিছে।

২০২০ৰ এই প্ৰস্তাৱিত খচৰা বিধেয়ক নিজৰ ৱেবছাইটত প্ৰকাশ কৰি অহা ১৯ মাৰ্চৰ ভিতৰত মন্ত্ৰ্যালয়ে নাগৰিকসকলৰ পৰা পৰামৰ্শ বা আপত্তি বিচাৰি আহ্বান জনাইছে।

খচৰা অনুসৰি, ৭৮ টা ধৰণৰ বেমাৰ বা সমস্যা (পূৰ্বে ৫৪টা আছিল) নিৰাময়ত বিভ্ৰান্তিকৰ মনোৰোভা বিজ্ঞাপন কোনো মিডিয়াত প্ৰকাশ পাব নোৱাৰিব।

চলিত আইনত প্ৰথম দুবাৰলৈ আইন উলংঘাৰ শাস্তি ক্ৰমে ছয় মাহ আৰু এবছৰৰ জেইল আছিল আৰু জৰিমনাৰ কোনো ব্যৱস্থা উল্লেখ নাছিল।

প্ৰস্তাৱিত সংশোধনী খচৰাত আইন উলংঘাৰ শাস্তি প্ৰথম দুবছৰৰ জেইল আৰু ১০ লাখ টকাৰ জৰিমনা কৰা হৈছে। সেইদৰে পুনৰাবৃত্তিৰ ক্ষেত্ৰত সেয়া পাঁচ বছৰৰ জেইল আৰু ৫০ লাখ টকাৰ জৰিমনা পৰ্যন্ত কৰা হৈছে।

স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি যোৱা ডেৰ বছৰত এনে বহু পণ্য সামগ্ৰীৰ তথা ঔষধৰ অবান্তৰ বিজ্ঞাপন আৰু ইয়াৰ কুপ্ৰভাৱৰ বিষয়ে হাজাৰোধিক অভিযোগ পত্ৰ চৰকাৰৰ হাতত জমা পৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd