• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 7, 2018 7:56 am
Mahanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে।‘ বৃহস্পতিবাৰৰ সংবাদমেলত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য আহ্বায়ক উপমন্যু হাজৰিকাই।

তেওঁ লগতে ‘অসমীয়া মুছলমানক প্ৰফুল্ল মহন্তই বাদ দি দিলে‘ বুলি মন্তব্য কৰাৰ লগতে কয়, ‘ন-অসমীয়া মুছলমানক সম্বৰ্ধনা জনাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লতাশিলত অনুষ্ঠিত হোৱা সভাখন আৰম্ভ কৰিছিল।‘

Apply Now

আনহাতে, বৰপেটা কাণ্ডৰ অভিযুক্তসকলৰ বিৰুদ্ধে এতিয়ালৈকে চার্জশ্বিট দাখিল হোৱা নাই বুলিও সংবাদমেলত অভিযোগ তোলে হাজৰিকাই। তেওঁ কয়, ‘২০১০ চনৰ ২১ জুলাইত বৰপেটা কাণ্ডৰ সৈতে জড়িত ৫ জন লোকৰ নাম জিলা দণ্ডাধীশৰ তদন্তত পোহৰলৈ আহিছিল। আব্দুছ ছামাদ আহমেদ নামৰ লোক এজনৰ নামো আহিছিল, যিজন বৰ্তমান কংগ্ৰেছৰ এজন নেতা।‘

লক্ষণীয় কথা যে, কোনো এখন সভাত আব্দুছ ছামাদ আহমেদৰ সৈতে মহন্তই একেলগে ফটো উঠিছিল। এই অভিযোগ কৰে হাজৰিকাই। হাজৰিকাৰ মতে ফটোখন প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজে আপল’ড দিছিল।

‘এনআৰচিৰ পাইলট প্ৰজেক্টৰ সময়ত বৰপেটাৰ উপায়ুক্ত কাৰ্য্যালয় উত্তপ্ত কৰি তোলা আৰু অসম চুক্তিত স্বাক্ষৰ কৰা দুয়োজন একেখন মঞ্চত কেনেকৈ?’ বুলি প্ৰশ্ন তোলে হাজৰিকাই।

প্ৰণিধানযোগ্য যে, যোৱা ২৯ টা মাহে অসমৰ নেতাসকলে খিলঞ্জীয়াক বুঢ়া আঙুলি দেখুৱাই নিৰাপত্তাহীন কৰা বুলি এখন গোহাৰি পত্ৰ প্ৰকাশ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চই। মঞ্চই গোহাৰিত প্ৰকাশ কৰা মতে ‘বঢ়মপুৰৰ খিলঞ্জীয়াই অসম চুক্তিত স্বাক্ষৰ কৰা প্ৰফুল্ল কুমাৰ মহন্তক নিৰ্বাচিত কৰে। তাৰ বিপৰীতে অসম চুক্তিৰ বিৰোধিতা কৰা, এন আৰ চিৰ পাইলট প্ৰজেক্ট স্থগিত কৰা, বৰপেটাৰ উপায়ুক্তৰ কাৰ্য্যালয় জ্বলাই অভিযুক্ত হোৱা ব্যক্তি, দল আৰু প্ৰব্ৰজনকাৰীৰ লগত উঠা-বহা কৰে প্ৰফুল্ল মহন্তই।

মন কৰিবলগীয়া কথা যে, স্বাস্থ্য ও বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰ আৰু বঢ়মপুৰত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ন’ অসমীয়াৰ প্ৰসংগ টানি আনি অগপ দলক কটাক্ষ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd