• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ লিগেল চেলৰ বিৰুদ্ধে গোচৰ তৰিলে উপমন্যু হাজৰিকাই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 10, 2019 7:10 pm

1 min read

397
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ আইনী কোষৰ আহ্বায়ক বেণুধৰ নাথৰ বিৰুদ্ধে নুনমাটি থানাত গোচৰ তৰিলে উপমন্যু হাজৰিকাই। বেণুধৰ নাথে মিছা তথ্য দি তেওঁৰ বিৰুদ্ধে গোচৰ তৰাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১৮২ আৰু ২১১ ধাৰাৰ অধীনত আজি উক্ত গোচৰ দাখিল কৰে বুলি হাজৰিকাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

‘ইয়াৰে ধাৰা ২১১ জামিনযোগ্য নহয়। যদি আৰক্ষী বিভাগ নিৰপেক্ষ হয়, তেন্তে তেওঁলোকে অনতিপলমে এই গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰিবলৈ আগবাঢ়িব লাগে।’ হাজৰিকাই কয়।

উল্লেখযোগ্য যে বিজেপিৰ আইনী কোষৰ আহ্বায়ক গৰাকীয়ে যোৱা ৭ এপ্ৰিলত নুনমাটি থানাত উপমন্যু হাজৰিকাৰ বিৰুদ্ধে নিউ গুৱাহাটীৰ বিজেপিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ নথি পত্ৰ হৰলুকী কৰা বুলি গোচৰ দিছিল।

হাজৰিকাই লগতে কয়, ‘দুৰ্ভাগ্যজনকভাৱে এটা মিছা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰিবলৈ আগবাঢ়িছে, যিটো গোচৰ ভিডিঅ’ ফুটেজৰ সাক্ষ্য অনুসৰীয়েই মিছা।’

আগৰ এক সংবাদমেলত হাজৰিকাই জনোৱা মতে, ‘নুনমাটিৰ পৰা ভৰলুমুখলৈকে কৰা আমাৰ পদযাত্ৰা বিয়লি ৩ বজাৰ পৰা আৰম্ভ হৈছিল আৰু ৩:৩০ বজাত বিজেপি দলৰ মুকলি কাৰ্য্যালয়ত প্ৰৱেশ কৰিছিলো। এই সমগ্ৰ ঘটনা ফেইচবুক লাইভ কৰা হৈছিল। কিন্তু তেওঁলোকে আমাক ১:০০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত কাৰ্যালয়ত প্ৰৱেশ কৰা বুলি এজাহাৰত উল্লেখ কৰে।’

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd