• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়ালৈ বাস্তৱায়িত হ’ব গোলাঘাটত স্থাপন হ’বলগীয়া সাঁচিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ?

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
August 27, 2019 7:57 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে যোৱা জুন মাহত সাঁচি খেতি আৰু ব্যৱসায়ক বৈধ ঘোষণা কৰাৰ লগতে গোলাঘাটত উজনি অসমৰ সাঁচিৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰি সাঁচি খেতিয়কসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল।

কিন্তু একাংশ নৱ গঠিত সংগঠনে সমগ্ৰ বিষয়টোত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাজ্য চৰকাৰক প্ৰকৃত লক্ষ্য, উদ্দেশ্যৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা চলাই আছে বুলি আশংকা কৰিছে উজনি অসম সাঁচিৰ কৃষক আৰু ব্যৱসায়ী সংস্থাই।

Apply Now

এই সন্দৰ্ভত যোৱা ২৩ আগষ্টত সংগঠনটোৰ তৰফৰ পৰা ভাৰপ্ৰাপ্ত সভাপতি ৰিয়াজুদ্দিন আলি আৰু সম্পাদক ছাইদুল হুছেইনে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশ নতুন সংগঠনে বিভিন্ন প্ৰকাৰে মুখ্য মন্ত্ৰীক প্ৰভাম্বিত কৰাৰ প্ৰচেষ্টা চলোৱা বুলি অভিযোগ আনে।

এনে সংগঠনৰ এচামে ব্যৱসায়তো নিজৰ সুবিধামতে চলাই নিয়াৰ স্বাৰ্থত চৰকাৰক সময়ে সময়ে বিপথে পৰিচালিত কৰি আহিছে বুলিও তেওঁলোকে অভিযোগ কৰে।

আনকি ২০১৭ চনৰ ২০ ডিচেম্বৰত যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰত অনুষ্ঠিত ষ্টক হল্ডাৰ সভাত উজনি অসমত আন্তঃৰাষ্ট্ৰীয় বজাৰ স্থাপনৰো বিৰোধিতা কৰিছিল যদিও গৰিষ্ঠ সংখ্যক সদস্যৰ সমর্থনত উক্ত প্ৰস্তাৱ গৃহীত হৈছিল বুলি উল্লেখ কৰে।

মনকৰিবলগীয়া যে আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য থকা সাঁচিগছ অসমৰ গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাতহে উৎপাদিত হয় আৰু প্ৰাকৃতিকভাৱেই ৯৫ শতাংশ সাঁচি গছত ভেকুৰে আক্ৰমণ কৰে যিটো গ্ৰীণ ছাৰ্ভে অৱ ইণ্ডিয়াৰ শেহতীয়া প্ৰতিবেদনতো প্ৰকাশ পাইছে।

ইয়াৰ বিপৰীতে একাংশ সংবাদ মাধ্যমত হোজাইত ৯১শতাংশ সাঁচিগছ হয় বুলি ইচ্ছাকৃতভাৱে ভুল তথ্য পৰিৱেশন কৰি থকা বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হয়।

সেয়ে সাঁচি খেতিয়ক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰি কেতবোৰ নীতি-নিয়ম প্ৰস্তুত কৰা আৰু উজনি অসমত সাঁচিৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ স্থাপনৰ বাবে তেওঁলোকে ২০০৫ চনৰ পৰা জনাই অহা দাবী শীঘ্ৰে পুৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd