• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জাতিগত বৈষম্য’ৰে ভোট দান বৰ্জন ‘উচ্চ জাতি’ৰ !

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2021 11:20 am
Upper castes boycott voting
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো দেশৰ পৰা নিৰ্মূল হোৱা নাই বৰ্ণ বৈষম্যৰ পৰিৱেশ। এতিয়াও দেশৰ প্ৰায় অঞ্চলৰেই জনসাধাৰণক গ্ৰাস কৰি আছে তথাকথিত উচ্চ-নিম্ন বৰ্ণ,জাতিৰ বৈষম্যগত মানসিকতাই।

যি সময়ত দেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা বিজেপি দলৰ আদৰ্শগত সংস্থা আৰএছএছে হিন্দুত্বৰ নামত দেশৰ হিন্দু সকলৰ একতা আৰু হিন্দু ৰাষ্ট্ৰ গঠনৰ মত পোষণ কৰি আহিছে, সেই সময়তে হিন্দু সকলৰ মাজতে দেখিবলৈ পোৱা গৈছে জাতিগত বৈষম্যৰ মনোভাৱ।

তামিলনাডুৰ তিৰুনেলভেলি জিলাৰ কম্বনেৰী পঞ্চায়তৰ অন্তৰ্গত বলসাই গাঁৱত দেখিবলৈ পোৱা গৈছে জাতিগত বৈষম্যৰ ঘটনা।

Apply Now

স্থানীয় নিকায় নিৰ্বাচনৰ ভোটকেন্দ্ৰ অনুসূচিত জাতিৰ লোকে বাস কৰা এলেকাত থকাৰ বাবেই বলসাই গাঁৱৰ উচ্চ জাতিৰ লোকে বৰ্জন কৰিছে নিৰ্বাচন।

কদয়ানল্লুৰ খণ্ড উন্নয়ন বিষয়া কণ্ঠস্বামীয়ে এই সম্পৰ্কে কয়, “ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ ভোটকেন্দ্ৰৰ পৰা এই স্থানলৈ ভোটকেন্দ্ৰ স্থানান্তৰ কৰা হৈছিল। চৰকাৰী আদি দ্ৰাবিড় কল্যান হাইস্কুলত নতুনকৈ গঠন কৰা ভোটকেন্দ্ৰটো পূৰ্বৰ ভোটকেন্দ্ৰৰ তুলনাত মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত। বলসাই গাঁৱত উচ্চ জাতিৰ হিন্দু,অনুসূচিত জাতি আৰু মুছলমান সম্প্ৰদায়ৰ লোকে বসবাস কৰে। ইয়াৰে কেৱল উচ্চ জাতিৰ হিন্দু সকলেহে ভোটকেন্দ্ৰ স্থানান্তৰৰ বিৰোধিতা কৰিছে। এই বিষয়ত অতি সোনকালেই শান্তি আলোচনাৰ ব্যৱস্থা কৰিম।”

আনহাতে উচ্চ জাতিৰ হিন্দু সকলে ভোটকেন্দ্ৰ পুনৰ তেওঁলোকৰ বসতি অঞ্চললৈ ঘূৰাই অনাৰ দাবী তুলিছে। নহ’লে ভোট বৰ্জন কৰাৰ লগতে নিজৰ চৰকাৰী নথিপত্ৰ অধিকাৰী বিষয়াক ঘূৰাই দিয়াৰ হুংকাৰ দিছে। তেওঁলোকে ভোটকেন্দ্ৰ স্থানান্তৰৰ বিষয়টোত নিৰ্বাচনী বিষয়াসকল ৰাজনৈতিক চাপৰ সন্মুখীন হোৱা বুলি সন্দেহ কৰি এই চাপৰ বাবেই খণ্ড উন্নয়ন বিষয়া আৰু জিলা প্ৰশাসনে তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি দিয়া নাই বুলি অভিযোগ কৰিছে।

ইফালে মেলানিলিথানাল্লুৰৰ পত্তদাইকাত্তি পঞ্চায়তৰ ভোটাৰ সকলেও তেওঁলোকৰ অঞ্চলত পঞ্চায়ত কাৰ্যালয় আৰু প্ৰশাসনিক কাৰ্যালয় নথকাৰ অভিযোগত স্থানীয় নিকায় নিৰ্বাচন বৰ্জন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd