• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপ নিৰ্বাচন: গোবিন্দ বসুমতাৰীৰ নেতৃত্বত ইউ পি পি এলৰ পাঁচজনীয়া নিৰ্বাচন সমিতি গঠন

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
September 30, 2021 6:49 pm
142
VIEWS
Share on FacebookShare on Twitter

উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ইউ পি পি এলে দলীয় স্থিতি মজবুত কৰা লগতে উপ নিৰ্বাচনত জনমত থকা প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে।

কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত কালিৰে পৰা আৰম্ভ হোৱা ইউ পি পি এলৰ দুদিনীয়া দলীয় বৈঠক আজি অন্ত পৰে।

ইউ পি পি এলৰ কাৰ্যকৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে আঁত ধৰা গুৰুত্বপূৰ্ণ দলীয় বৈঠকত অংশগ্ৰহণ কৰি দলৰ সভাপতি তথা বি টি আৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে বি টি আৰত দুটাকৈ সমষ্টিত উপ নিৰ্বাচনৰ বাবে ইউ পি পি এলে সম্পূৰ্ণ সাজু হৈছে।

গুৰুত্বপূৰ্ণ বৈঠকত ইতিমধ্যে বি টি আৰৰ উপ মুখ্য তথা বিধায়ক গোবিন্দ বসুমতাৰীক অধ্যক্ষ হিচাবে লৈ দি পাঁচজনীয়া নিৰ্বাচন সমিতি গঠন কৰা হৈছে।

দলৰ জনমত থকা প্ৰাৰ্থীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে আৰু কম সময়ৰ ভিতৰতে গোঁসাইগাঁও আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হব বুলি প্ৰমোদ বড়োৱে প্ৰকাশ কৰে।

ইতিমধ্যে দুদিনীয়া গুৰুত্বপূৰ্ণ দলীয় বৈঠকত অংশগ্ৰহণ কৰা সকলো কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য সকলক সমষ্টিবাসী ৰাইজৰ সৈতে যোগাযোগত ৰাখি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি বড়োৱে কয়।

আনহাতে প্ৰমোদ বড়োয়ে পূৰ্বৰ বি পি এফ সভাপতি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন চৰকাৰে ৰাইজৰ বাবে একো উন্নয়নৰ কাম কৰা নাই বুলি হাগ্ৰামাক সমালোচনা কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd