• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাসক বিৰোধীৰ অভিযোগ প্ৰত্যাভিযোগত উত্তাল বিধানসভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2025 3:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসক বিৰোধীৰ অভিযোগ প্ৰত্যাভিযোগত সৃষ্টি হোৱা উত্তাল পৰিৱেশে কঁপাইছে সদনৰ মজিয়া। ২৪ মাৰ্চত সদনৰ ঠিক বাহিৰত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে অসম বিধানসভাত পুনৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।

বিগত সপ্তাহত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কক গালি-গালাজ কৰাৰ লগতে শাৰীৰিক আক্ৰমণৰ  চেষ্টা কৰিছিল। ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ বিৰুদ্ধে ক’লা পোছাক পৰিধান কৰি কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অধিৱেশনৰ কাৰ্য্যবিধি আৰম্ভহোৱাৰ পূৰ্বে কংগ্ৰেছৰ সদস্যসকলে কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দাবী কৰে যে নুৰুল হুদাই উপাধ্যক্ষ নুমল মমিনক আক্রমণ কৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি দাবী কৰে৷ এই ঘটনা সদনৰ বাহিৰত সংঘটিত হোৱা বাবে  তেওঁ অধ্যক্ষক গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনায়। আনহাতে ইয়াৰ প্ৰত্যুত্তৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভা ভৱনৰ ভিতৰত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ বাবে আৰক্ষীক জড়িত কৰাৰ পৰিৱৰ্তে সদনৰ এখন সমিতি গঠন কৰি তদন্তৰ পৰামৰ্শ আগবঢ়ায়।

দুয়োপক্ষই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে, শাসকীয় বিজেপি দলে বিৰোধীয়ে এজন জনজাতীয় সদস্যক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিৰোধীয়ে কুৰ্মীৰ এই কাৰ্যৰ জবাবদিহিতাৰ দাবী জনায়। পৰিস্থিতিৰ নিয়্ন্ত্ৰণ্ৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

August 5, 2026 7:20 am
‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd