• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UPSC ত ওলাইছে চাকৰি, সাংবাদিকতাৰ অভিজ্ঞতা থকাসকলে কৰিব পাৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2021 3:12 pm
gmm
208
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় লোকসেৱা আয়োগত ওলাইছে চাকৰি।ভাৰতীয় তথ্য সেৱাৰ  ৩৪ টা জ্যেষ্ঠ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।এই পদসমূহৰ মাজৰে দুটা পদ বিশেষ ভাবে সক্ষম লোকৰ বাবে সংৰক্ষিত।

ভাৰতীয় তথ্য সেৱাৰ  গ্ৰুপ বিৰ অধিনষ্ঠ এই পদ কেইটাত স্থায়ী ভিত্তিত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব। মুঠ ১০ টা ভাষাৰ বাবে এই পদত নিযুক্তি দিয়া হ’ব।

সেই ভাষা কেইটা হৈছে ক্ৰমে হিন্দী,ইংৰাজী,পাঞ্জাৱী,ওড়িয়া,তেলেগু,বাংলা,মাৰাথী, গুজৰাটী,অসমীয়া আৰু মণিপুৰী।

কোনে কৰিব পাৰিব আবেদন?

এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা যিকোনো শাখাৰ স্নাতক হ’ব লাগিব।

ইয়াৰ লগতে সাংবাদিকতাৰ ডিপ্ল’মা অথবা পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা থাকিব লাগিব।প্ৰাৰ্থীৰ সাংবাদিকতাৰ কমেও দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰতিটো ভাষাৰ ভিত্তিত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব।কোনো এটা ভাষাৰ পদৰ ক্ষেত্ৰতে বিশেষ কোনো সংৰক্ষণৰ ব্যৱস্থা নাথাকিব।প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়স ৩০ বছৰ।

এই পদৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ ১২ আগষ্ট, ২০২১।

প্ৰাৰ্থীয়ে https://upsconline.nic.in/ লৈ গৈ আবেদনৰ সবিশেষ জানিবলৈ সক্ষম হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd