• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UPSC Prelims 2021 Exam : দেশৰ ৭৭ খন চহৰত অনুষ্ঠিত UPSC Prelims 2021 পৰীক্ষা

১০ লক্ষাধিক পৰীক্ষাৰ্থীৰ মাজৰ পৰা পূৰণ কৰা হ'ব ৭১২ টা খালী হৈ থকা পদ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 10, 2021 3:56 pm
UPSC Prelims 2021 Exam
954
VIEWS
Share on FacebookShare on Twitter

UPSC Prelims 2021 পৰীক্ষা আজি দুটা ছিফটত অনুষ্ঠিত হয়। দেশৰ ৭৭ খন চহৰত আজি পুৱা ৯.৩০ বজাত প্ৰথম ছিফটৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত দিনৰ ২.৩০ বজাৰ পৰা দ্বিতীয় ছিফটৰ পৰীক্ষা অনুষ্ঠিত হয়।

এইবাৰ UPSC Prelims 2021 Exam ত ১০ লক্ষাধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

এই বিশাল অংকৰ পৰীক্ষাৰ্থীৰ মাজৰে পৰাই প্ৰশাসনিক সেৱাত খালী হৈ থকা ৭১২ টা পদ পূৰণ কৰা হ’ব।

জানিব পৰা মতে বিগত বৰ্ষৰ তুলনাত এইবাৰ প্ৰশ্ন কাকত কিছু কঠিন হৈছে। তদুপৰি কাটঅফ মাৰ্কৰ ক্ষেত্ৰতো বহুতে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

এইবাৰৰ পৰীক্ষাত ক’ৰ’না অতিমাৰীৰ লগতে চীন-ভাৰত সম্পৰ্ক সন্দৰ্ভতো প্ৰশ্ন সোধা হৈছে।

Latest News: অসম কন্যা ফ্লোৰিনা গগৈ ছুপাৰ ডান্সাৰৰ চেম্পিয়ন; লাভ কৰিলে ট্ৰফীসহ ১৫লাখ টকাৰ নগদ পুৰস্কাৰ

ৰিজ’নিঙৰ প্ৰশ্ন সমূহ যথেষ্ট পাক লগা ধৰণে সোধঝা হৈছে বুলি একাংশ পৰীক্ষাৰ্থীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য UPSC Prelims 2021 Exam ৰ পেপাৰ ১ ৰ মুঠ নম্বৰ হৈছে ২০০।পৰীক্ষাথীসকলে ভাৰতৰ বুৰঞ্জী, অৰ্থনীতি, ভাৰত আৰু বিশ্বৰ ভূগোল,বিজ্ঞান-প্ৰযুক্তি সম্পৰ্কীয় ১০০ টা প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছে।

প্ৰতিটো শুদ্ধ প্ৰশ্নত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ২ নম্বৰকৈ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে কটা যাব ০.৬৬ নম্বৰ।

UPSC Prelims 2021 Exam ৰ পেপাৰ-২ৰ পৰীক্ষা দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হয়।

এই পেপাৰ খনত পৰীক্ষাৰ্থীয়ে কমেও ৩৩ শতাংশ অৰ্থাৎ ৬৬ নম্বৰ লাভ কৰিলেহে যোগ্যতা অৰ্জন কৰা বুলি ধৰা হ’ব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd