• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UPSC, RRB, SSC ত ১.৩৪ লাখ চাকৰিত নিযুক্তিৰ প্ৰস্তুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2020 8:05 pm
Coronavirus: NEET 2020 postponed

প্ৰতিনিধিত্বমূলক ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ ৬.৩৮ লাখ খালী পদ আছে। ব্যক্তিগত, ৰাজহুৱা অভিযোগ তথা পেঞ্চন মন্ত্ৰ্যালয়ে মঙলবাৰে সংসদত এই তথ্য দাঙি ধৰিছে।

মন্ত্ৰ্যালয়ৰ মতে প্ৰায় ১.৩৪ লাখতকৈয়ো অধিক পদ ২০১৯-২০ বৰ্ষত পূৰণ কৰা হ’ব।

এই ৬,৮৩,৮২৩ টা পদত নিযুক্তি দিবৰ বাবে চৰকাৰী সংস্থা য়ুনিয়ন পাব্লিক চাৰ্বিছ কমিশ্যন (UPSC), ৰেইলৱে ৰিক্ৰুইটমেন্ট বোৰ্ড (RRB) আৰু ষ্টাফ চিলেকশ্যন কমিশ্যন (SSC)ক দায়িত্ব দিয়া হৈছে।

মন্ত্ৰ্যালয়ৰ মতে, UPSC য়ে ৪,৩৯৯টা পদ আৰু SSC য়ে ১৩,৯৯৫টা পদত নিযুক্তি দিব।

আনহাতে, সৰ্বাধিক ১,১৬,৩৯১টা পদ RRB য়ে পূৰণ কৰিব।

তদুপৰি, অসামৰিক প্ৰতিৰক্ষাৰ ২৭,৬৫২টা পদকে ধৰি এছ এছ চি, আৰ আৰ বি, ডাকসেৱা পৰিষদ আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়কে ধৰি কেইবাটাও সংস্থাই ৩,১০,৮৩২টা খালী পদ পূৰণৰ প্ৰক্ৰিয়া চলি আছে বুলি লোকসভাত জানিব দিয়া হৈছে।

চৰকাৰী নিয়ম অনুসৰি, নতুনকৈ সৃষ্টি কৰা পদ এটা যদি দুই/তিনি বছৰৰ অধিক সময় খালী হৈ পৰি থাকে, ইয়াক বাতিল কৰা হয়।

মন্ত্ৰ্যালয়ৰ মতে, এইটো নহ’বলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd