• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নীৰ আচৰণত অতিষ্ঠ স্বামী: এমাহ ধৰি কটালে আশী ফুট ওখ খেজুৰ গছৰ ওপৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2022 7:20 pm
Viral Story
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীৰ নিয়মীয়া গালি আৰু শাৰীৰিক আক্ৰমণত অতিষ্ঠ হৈ এজন ব্যক্তিয়ে এজোপা ৮০ ফুট ওখ খেজুৰ গছৰ ওপৰত উঠিয়ে কটাই দিলে সম্পূৰ্ণ এটা মাহ। এই আজৱ ঘটনা ঘটিছে উত্তৰ প্ৰদেশৰ মৌ জিলাৰ কোপাগঞ্জ অঞ্চলত।

জানিব পৰা মতে, ৪২ বৰ্ষীয় ৰাম প্ৰভেশ নামৰ এই ব্যক্তিগৰাকীয়ে যোৱা প্ৰায় ছয় মাহ ধৰি সাংসাৰিক জীৱনত নিতৌ মানসিকভাৱে অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল। নিতৌ বিবাদ হৈছিল পত্নীৰ সৈতে।

Apply Now

প্ৰভেশৰ অভিযোগ মতে তেওঁৰ পত্নীয়ে কেৱল গালি-গালাজতে ক্ষান্ত হোৱা নাছিল, প্ৰায়ে তেওঁক শাৰীৰিকভাৱে প্ৰহাৰো কৰিছিল। পত্নীৰ পত্নীৰপ্ৰভেশ শেষত ইমানেই বিতুষ্ট হৈ পৰে যে চৌহদৰে এজোপা খেজুৰ গছত উঠে আৰু এমাহ ধৰি তাতে বাস কৰে।

এই বৃহদাকায় গছজোপাৰ ওপৰলৈ তেওঁক পৰিয়ালৰ সদস্যসকলে ওলোমাই ৰখা এডাল ৰছীৰ জৰিয়তে খাদ্য তথা পানীৰ যোগান ধৰে আৰু ওপৰলৈ টানি নি এই খাদ্য গ্ৰহণ কৰে প্ৰভেশে।

গাওঁবাসীয়ে জানিবলৈ দিয়া মতে ৰাম প্ৰভেশ নিশা কোনো সময়ত গছৰ পৰা নামি আহি শৌচ-প্ৰস্ৰাৱ কৰাৰ পিছত পুনৰ গছৰ ওপৰলৈ উঠি যায়। তেওঁলোকে ৰাম প্ৰবেশক নামি আহিবলৈ জোৰ দিয়ে যদিও ৰাইজৰ আহ্বান অস্বীকাৰ কৰে প্ৰভেশে।

পপিত উপায়ন্তৰ হৈ গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়ে। কিন্তু আৰক্ষী উপস্থিত হৈয়ো ৰাম প্ৰভেশক মান্তি কৰাবলৈ অসমৰ্থ হয়। কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো যেতিয়া প্ৰভেশে আৰক্ষীৰ কথা নুশুনে, তেতিয়া তেওঁলোকে তেওঁৰ এটা ভিডিঅ’ বনাই সেই ঠাইৰ পৰা গুচি যায়।

ইফালে গাঁওখনৰ মুৰব্বীয়ে প্ৰভেশৰ এই কাৰ্যৰ ফলত গাওঁবাসীৰ ব্যক্তিগত গোপনীয়তা ভংগ হোৱা বুলি অভিযোগ কৰিছে। তেওঁ অভিযোগ কৰা মতে প্ৰভেশে গছৰ ওপৰৰ পৰা কাষৰ মানুহৰ ঘৰত হৈ থকা কাম চাই থাকে।

গাওঁখনৰ বহুতো মহিলা আহি তেওঁৰ ওচৰত এই বিষয়ে অভিযোগ কৰিছে বুলি গাঁৱৰ মুৰব্বী গৰাকীয়ে জানিবলৈ দিয়ে। এনে অভিযোগৰ পিছতে আৰক্ষীক গবৰ দিয়া হয় যদিও আৰক্ষীও তেওঁক নামি আহিবলৈ সৈমান কৰাত বিফল হয় বুলি তেওঁ লগতে সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd