• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সীমান্তত পুনৰ নগাৰ আগ্ৰাসন! উৰিয়ামঘাটত বন বিভাগৰ শিবিৰ জ্বলাই দিলে শতাধিক নগা আগ্ৰাসীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2026 9:39 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে বিয়লিৰ ভাগত অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ অন্তৰ্গত উৰিয়ামঘাটৰ খেৰবাৰী অঞ্চলত শতাধিক নগা দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ চলাই বন বিভাগ আৰু চি আৰ পি এফৰ এটা অস্থায়ী নিৰীক্ষণ শিবিৰ সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে। দৈয়াং নৈত চলি থকা অবৈধ শিল খনন ৰোধ কৰাৰ উদ্দেশ্যেৰে অসমৰ বন বিভাগৰ মুখ্য সচিব এম কে যাদৱে উক্ত স্থান পৰিদৰ্শন কৰাৰ পাছতে এই অস্থায়ী শিবিৰটো নিৰ্মাণ কৰা হৈছিল। এই ঘটনাৰ পাছতে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত এক আতংকময় আৰু চেপা উত্তেজনাই বিৰাজ কৰিছে।

জানিব পৰা মতে, দুৰ্বৃত্তৰ দলটোৱে কেৱল আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি শিবিৰটো সম্পূৰ্ণৰূপে জ্বলাই দিয়ে। এই আক্ৰমণৰ সময়ত শিবিৰটোত উপস্থিত থকা শ্ৰমিক আৰু বন বিভাগৰ প্ৰায় সাতগৰাকী কৰ্মচাৰীয়ে কোনোমতে নিজৰ প্ৰাণ বচাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। ৰাজ্যৰ বন বিভাগৰ এক উচ্চপদস্থ বিষয়াই স্থান পৰিদৰ্শন কৰাৰ পাছত স্থাপন কৰা এটা চৰকাৰী শিবিৰ এনেদৰে ধ্বংস কৰা কাৰ্যই এতিয়া প্ৰশাসনৰ সুৰক্ষা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।

Apply Now

এই অনাকাংক্ষিত ঘটনাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাই (আছু) তীব্ৰ প্ৰতিক্ৰিয়া আৰু উদ্বেগ প্ৰকাশ কৰিছে। আছুৰ ধনশিৰি মহকুমাৰ সভাপতি বিকাশ বৰাই এই ঘটনাক অতি পৰিতাপৰ বিষয় বুলি অভিহিত কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে বন বিভাগৰ মুখ্য সচিবগৰাকীয়ে পৰিদৰ্শন কৰাৰ পাছত স্থাপন কৰা এটা শিবিৰ নগা দুষ্কৃতিকাৰীয়ে ভাঙি তচনচ কৰাৰ পাছতো প্ৰশাসনে তেওঁলোকক কৰায়ত্ত কৰিব নোৱৰাটো অতিশয় দুৰ্ভাগ্যজনক। অসমৰ মানচিত্ৰ বা ভূখণ্ডৰ এধানমানি অংশও যাতে নগা দুষ্কৃতিকাৰীৰ দখললৈ যাব নোৱাৰে, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছুৱে অসম চৰকাৰক আহ্বান জনাইছে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকীৰ ভূমিকাক লৈয়ো আছুৱে ক্ষোভ প্ৰকাশ কৰিছে। আছুৰ নেতাগৰাকীয়ে উল্লেখ কৰে যে গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ বিধায়ক হোৱাৰ পিছতো সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকীয়ে সীমান্তৰ ঘটনাসমূহ যিধৰণে তদাৰক বা পৰ্যবেক্ষণ কৰিব লাগিছিল, সেয়া আজিলৈকে পৰিলক্ষিত হোৱা নাই। নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ছাত্ৰ সংগঠনটোৱে মন্ত্ৰীগৰাকীক নৈতিকভাৱে পদত্যাগ কৰিবলৈ অনুৰোধ জনাইছে। লগতে, অসমৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

বৰ্তমান ঘটনাস্থলী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰয়াস অব্যাহত ৰাখিছে। আগন্তুক সময়ত যাতে এনে ধৰণৰ হিংসাত্মক ঘটনাৰ পুনৰাবৃত্তি নঘটে আৰু সীমান্তৱৰ্তী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত হয়, তাৰ বাবে স্থানীয় প্ৰশাসনৰ লগতে নিৰাপত্তাৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd