• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেইজিঙক কেঁকোৰা চেপাঃ চীনৰ ১১টা কোম্পানী ব্লেক লিষ্টেড কৰিলে আমেৰিকাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 6:07 pm
-china-us-trade-war-brink-780x439
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপদে যেন বেৰি ধৰিছে চীনক।

ভাৰতৰ সৈতে সীমাক লৈ সংঘাতত লিপ্ত হোৱাৰ পিছতে যেন চীনৰ প্ৰতি তেৰেচীয়া দৃষ্টি নিক্ষেপ কৰিছে বিশ্বৰ ভালে কেইখন দেশে।

Apply Now

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণকলৈ আমেৰিকাৰ সৈতে সংঘাত চলি থকা চীনক যেন এইবাৰ কেকোঁৰা চেপা দিবলৈ সাজু হৈছে আমেৰিকা।

কিছুদিন পূৰ্বে আমেৰিকাই চীনৰ কেইবাটাও কোম্পানীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত এই বাৰ চীনৰ ১১ টাকৈ কোম্পানী ব্লেক লিষ্টেড কৰাৰ বাবে অগ্ৰসৰ হৈছে দেশ খন।

মঙলবাৰে আমেৰিকাৰ বাণিজ্য দপ্তৰৰ সচিব উইলবাৰ ৰ’ছে প্ৰকাশ কৰা মতে পশ্চিম চীনত সংখ্যালঘু উইঘূৰ সম্প্ৰদায়ৰ লোক সকলৰ ওপৰত চীনে চলাই থকা অত্যাচাৰৰ প্ৰতিবাদ কৰিয়েই আমেৰিকাই চীনৰ ১১ টাকৈ কোম্পানীক ব্লেক লিষ্টেড কৰাৰ সিদ্ধান্ত লয়।

উক্ত কোম্পানী কেইটাই উইঘূৰ সম্প্ৰদায়ৰ লোকক শ্ৰমিক হিচাবে নিয়োগ কৰি নানান ধৰণৰ নিৰ্যাতন চলাই অহা বুলি আমেৰিকাই অভিযোগ কৰিছে।

আমেৰিকাই ব্লেক লিষ্টেড কৰা কোম্পানী ১১টাৰ ভিতৰত অধিকাংশ কোম্পানীয়েই বস্ত্ৰ কোম্পানী।

ব্লেক লিষ্টেড কৰা কোম্পানীৰ ভিতৰত আংচেং অ’ ফিল্ম টেক,টমি হিল ফিগাৰ,জেন’মিক্স আদি কোম্পানী আছে।

চীনৰ চৰকাৰে দেশখনৰ উইঘূৰ মুছলমান লোকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

ৰাজ্যত ভয়াৱহ বান! শিৱসাগৰত দিখৌ নদীৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম, বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰসহ কেইবাখনো নৈ

July 21, 2026 11:08 am
ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd