• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন আমেৰিকাৰ : টাইৱানক বিক্ৰী কৰিব আৰু ২.৪ মিলিয়ন সামুদ্ৰিক মিছাইল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 8:10 am
index.jpgk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ তিক্ত হৈ গৈ আছে বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক।

এই তিক্ততা বৃদ্ধিৰ সময়তে আমেৰিকাই চীনৰ নিজৰ অঞ্চল বুলি দাবী কৰি অহা টাইৱানলৈ প্ৰেৰণ কৰিব আৰু বৃহৎ পৰিমাণৰ সামুদ্ৰিক মিছাইল।

Apply Now

সোমবাৰে আমিৰেকাই বেইজিঙৰ বাধাকো ভ্ৰক্ষেপ নকৰি টাইৱানক ২.৪ বিলিয়ন মূল্যৰ ১০০ হাৰ্প’ন সামুদ্ৰিক মিছাইল বিক্ৰীৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

যোৱা সপ্তাহটো স্বায়ত্ত শাসিত গণতান্ত্ৰিক দ্বীপ ৰাষ্ট্ৰ টাইৱানক ১ বিলিয়ন মিছাইল অৰ্পণ কৰাৰ এক চুক্তিত স্বাক্ষৰ কৰিছিল আমেৰিকাই।

“আমি টাইৱানৰ নিৰাপত্তা উন্নত কৰাৰ লগতে ৰাজনৈতিক সুস্থিৰতা বৰ্তি থকাত সহায় কৰিব খুজিছো। অঞ্চলটোত সামৰিক ভাৰসাম্যতাও ৰক্ষা হোৱাটো বিচাৰিছো।” টাইৱানক ২.৪ বিলিয়ন সামুদ্ৰিক মিছাইল বিক্ৰীৰ বাবে অনুমোদন জনোৱাৰ পিছত মাৰ্কিন কৰ্তৃপক্ষই এইদৰে কয়।

টাইৱানক প্ৰদান কৰিবলগীয়া মিছাইলসমূহৰ মাজত আছে ১০০ হাৰ্প’ন ক’ষ্টল ডিফেনছ চিষ্টেম(HCDS), ১২৫ কিলোমিটাৰৰ দূৰত্বত আঘাত হানিব পৰা ৪০০ RGM-84L-4 হাৰ্প’ন ব্লক ll চাৰ্ফেছ লান্সড্ মিছাইল।

ব’য়িঙে নিৰ্মাণ কৰা এই মিছাইলসমূহ স্থায়ী ভাৱে নিৰ্মাণ কৰি লোৱা ঢিপ বা সাজু কৰি ৰখা ট্ৰাকৰ পৰা নিক্ষেপ কৰিব পাৰি।

উল্লেখ্য যে, গণতান্ত্ৰিকভাৱে স্বশাসিত টাইৱানত প্ৰতি মুহূৰ্ততে চীনে নিজৰ কৰ্তৃত্ব জাহিৰ কৰি আহিছে।

ইফালে টাইৱানত চীনে নিজৰ কদৰ বৃদ্ধি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। ২০১৬ চনত নিৰ্বাচিত টাইৱানৰ ৰাষ্ট্ৰপতি টাই ইঙ-ৱানে টাইৱানক চীনৰ অংগ নহয় বুলি ঘোষণা কৰি এখন স্বাধীন ৰাষ্ট্ৰ বুলি দাবী কৰি আহিছে।

দ্বীপ ৰাষ্ট্ৰ টাইৱানৰ জনতাইও চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন কৰি আহিছে।

ইফালে চলিত মাহত টাইৱানৰ আকাশমাৰ্গত চীনা বায়ু সেনাই সঘনাই প্ৰৱেশ কৰা বুলিও অভিযোগ উঠিছে।

এনে এক উত্তেজনাময় পৰিৱেশত মাৰ্কিন যুক্তৰাষ্ট্ৰই টাইৱানলৈ বৃহৎ পৰিমাণৰ সামুদ্ৰিক মিছাইল বিক্ৰীৰ প্ৰস্তাৱত অনুমোদন জনোৱা কাৰ্যই উক্ত সামুদ্ৰিক অঞ্চলটোত উত্তেজনা আৰু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

June 29, 2026 2:28 pm

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd