• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণ যুদ্ধৰ মাজতে পেন্টাগনৰ ভিতৰত বৃহৎ সালসলনি; নিশাৰ ভিতৰতে অপসাৰণ আমেৰিকান সেনা প্ৰধানক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:38 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ মাজতে আমেৰিকাৰ সেনাৰ শীৰ্ষ পদবীত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দেখা গৈছে। আমেৰিকাৰ সেনা প্ৰধান জেনেৰেল ৰেণ্ডী জৰ্জক তৎকালীনভাৱে পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছে প্ৰতিৰক্ষা সচিব পিট হেগছেথে।

শুকুৰবাৰে এই নিৰ্দেশ দিয়া হৈছে বুলি পেন্টাগনে নিশ্চিত কৰিছে। কিন্তু এই সিদ্ধান্তৰ আঁৰত বৃহত্তৰ প্ৰশাসনিক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে।

Apply Now

এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত কোৱা হৈছে যে কেৱল জৰ্জেই নহয়, এফ বি আইৰ সঞ্চালক কাছ পেটেল, সেনা সচিব ডেনিয়েল ড্ৰিস্কল আৰু শ্ৰম সচিব ল’ৰী চাভেজ-ডেৰেমাৰকো ট্ৰাম্প প্ৰশাসনৰ পৰা অপসাৰণৰ বিষয়ে আলোচনা কৰা হৈছে। যদিও এই সিদ্ধান্তসমূহ কেতিয়া কাৰ্যকৰী হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি জনা গৈছে।

পিট হেগছেথে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা পেন্টাগনত দ্ৰুত পৰিৱৰ্তন ঘটিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি কাৰ্যকৰী কৰিবলৈ ইজনৰ পিছত সিজন শীৰ্ষ জেনেৰেল আৰু এডমিৰেলক অপসাৰণ কৰা হৈছে।

ৰেণ্ডী জৰ্জক অপসাৰণ কৰাৰ সিদ্ধান্তও সেই পদক্ষেপৰে অংশ। যোৱা বছৰ তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ইতিমধ্যে এক ডজনৰো অধিক শীৰ্ষ সামৰিক বিষয়াক অপসাৰণ বা আগতীয়াকৈ অৱসৰ ল’বলৈ বাধ্য কৰা হৈছে।

যোৱা ফেব্ৰুৱাৰী মাহতো বৃহৎ সালসলনি কৰা হৈছিল। সেই সময়ত নৌসেনাৰ শীৰ্ষ বিষয়া এডমিৰেল লিজা ফ্ৰাঞ্চেট্টি আৰু বায়ুসেনাৰ দ্বিতীয় উচ্চ পদবীৰ বিষয়া জেনেৰেল জিম ছিলফক অপসাৰণ কৰা হৈছিল। একে সময়তে ৰাষ্ট্ৰপতি ট্ৰাম্পে জইণ্ট চিফছ অৱ ষ্টাফৰ অধ্যক্ষ জেনেৰেল চাৰ্লছ “চিকিউ” ব্ৰাউনকও চাকৰিৰ পৰা বৰ্খাস্ত কৰে। তাৰ পিছৰে পৰা আন কেইবাজনো শীৰ্ষ সামৰিক বিষয়াই হয় আগতীয়াকৈ অৱসৰ লৈছে নহয় অপসাৰণ কৰিছে।

এই সালসলনিৰ ঢৌৱে সেনাবাহিনীৰ দ্বিতীয় সৰ্বোচ্চ স্থানতো প্ৰভাৱ পেলাইছে। দুবছৰতকৈও কম সময় এই পদত অধিষ্ঠিত হোৱা জৰ্জৰ ডেপুটি ভাইচ চিফ অৱ ষ্টাফ জেনেৰেল জেমছ মিংগাছৰ ঠাইত হঠাতে ট্ৰাম্পে লেফটেনেণ্ট জেনেৰেল ক্রিষ্টোফাৰ লেনেভক মনোনীত কৰে৷

ইয়াৰ পূৰ্বে লেনেভে দক্ষিণ কোৰিয়াত অষ্টম সেনাবাহিনীৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পিছলৈ হেগছেথৰ শীৰ্ষ সামৰিক সহায়ক হৈছিল।

পদাতিক বিষয়া হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ৰেণ্ডী জৰ্জ ৱেষ্ট পইণ্ট মিলিটাৰী একাডেমীৰ স্নাতক। তেওঁ উপসাগৰীয় যুদ্ধ, ইৰাক আৰু আফগানিস্তান-এই তিনিটা ডাঙৰ যুদ্ধত সেৱা আগবঢ়াইছে।

STATEMENT:

General Randy A. George will be retiring from his position as the 41st Chief of Staff of the Army effective immediately. The Department of War is grateful for General George’s decades of service to our nation. We wish him well in his retirement.

— Sean Parnell (@SeanParnellASW) April 2, 2026

২০২৩ চনত তেওঁ আমেৰিকান সেনাবাহিনীৰ সৰ্বোচ্চ পদবীত নিযুক্তি লাভ কৰে, য’ত সাধাৰণতে চাৰি বছৰীয়া কাৰ্যকালৰ ম্যাদ থাকে।

ইয়াৰ পূৰ্বে তেওঁ সেনাবাহিনীৰ ভাইচ চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰাক্তন প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ জ্যেষ্ঠ সামৰিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০২১ চনৰ পৰা ২০২২ চনলৈকে বাইডেন প্ৰশাসনৰ সময়ত অষ্টিনৰ শীৰ্ষ সামৰিক সহায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd